--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইন্টাৰনেটত চৰ্চাত আহি পৰিছে৷এটা বিশেষ ভিডিঅ’৷ দক্ষিণ আফ্ৰিকাৰ চলচ্চিত্ৰ নিৰ্মাতা গাৰ্থ ডি ব্ৰুনো অষ্টিনে চিত্ৰগ্ৰহণ কৰি থকাৰ সময়তে তেওঁৰ ওচৰলৈ গৈছিল এটা গঁড়। তাৰ পিছত চিনেমা নিৰ্মাতাই গঁড়টোক পেট ঘঁহিবলৈ ধৰিলে৷

আমাৰ বহুতেই বন্যপ্ৰাণীক ওচৰৰ পৰা অনুভৱ কৰিব বিচাৰে। সেইটোৱেই এটা কাৰণ যে আমাৰ বহুতেই অভয়াৰণ্য আৰু অন্যান্য প্ৰাকৃতিক সংৰক্ষিত বনাঞ্চললৈ ভ্ৰমণৰ পৰিকল্পনা কৰে যাতে আমি বন্যপ্ৰাণীৰ দৈনন্দিন জীৱন চাব পাৰো। কিন্তু, অন্বেষণ কৰি থাকোঁতে যদি কোনো বিশাল বন্যপ্ৰাণী আপোনাৰ ওচৰলৈ আহে তেন্তে কি হ’ব? আপোনাৰ প্ৰতিক্ৰিয়া কি হ’ব? আপুনি হয়তো সেই ঠাইৰ পৰা পলাই যাবলৈ চেষ্টা কৰিব যদিহে আপুনি গাৰ্থ ডি ব্ৰুনো অষ্টিন নহয়।

দক্ষিণ আফ্ৰিকাৰ চলচ্চিত্ৰ নিৰ্মাতা গাৰ্থ ডি ব্ৰুনো অষ্টিনে চিত্ৰগ্ৰহণ কৰিবলৈ চেষ্টা কৰি থকাৰ সময়তে এটা গঁড়ৰ কাষ চাপিছিল। আৰু যেতিয়া গঁড়টো ওচৰ চাপি আহিল, তেতিয়া ছবি নিৰ্মাতাই তাইৰ পেটত ঘঁহিবলৈ ধৰিলে৷ টুইটাৰত @Figensport হেণ্ডলে শ্বেয়াৰ কৰা ১৫ ছেকেণ্ডৰ ভিডিঅ’টোত আপুনি দেখিবলৈ পাব আমোদজনক কেমেৰামেন আৰু এগৰাকী মহিলাই গঁড়ৰ পেট ঘঁহি থকা। এই ভিডিঅ'টো প্ৰথমে ছয়বছৰ পূৰ্বে গাৰ্থ ডি ব্ৰুনো অষ্টিনে নিজৰ ইউটিউবত শ্বেয়াৰ কৰিছিল।







FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস