--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আপুনি কাণৰ বিষত ভুগিছে নেকি? এই বিষে কেতিয়াবা আপোনাৰ কৰি তুলিব পাৰে কাণেৰে নুশুনা৷ এনে এক উদ্ভুদ ঘটনাৰ সাক্ষী হৈছে সমগ্ৰ চীন দেশ৷ জানিব পৰা মতে, দক্ষিণ চীনত এজন যুৱকে তেওঁৰ কাণৰ বিষত ভুগী থকাৰ বাবে এজন চিকিৎসকৰ ওচৰলৈ গৈছিল৷ আৰু চিকিৎসকজনে তেওঁৰ কাণৰ ভিতৰত এটা পোক বিচাৰি কৰাৰ পাছত হতবাক হৈ পৰিছিল। আপুনি ঠিকেই শুনিছে, এটা পইতাচোৰা তেওঁৰ কাণৰ নলীত প্ৰৱেশ কৰিছিল। হংকঙৰ ওচৰৰ দক্ষিণ চীনৰ গুয়াংডং প্ৰদেশত অৱস্থিত হুইঝৌ চহৰত এই ঘটনা সংঘটিত হৈছিল। চিকিৎসকজনৰ মতে, নিশা গৰম আৰু শুকান ঠাইৰ সন্ধানত পইতাচোৰাটো ৰোগীৰ কাণৰ ভিতৰলৈ প্ৰৱেশ কৰে। কাণত পইতাচোৰা সোমাই যোৱাটো এজন ব্যক্তিৰ বাবে সঁচাকৈয়ে বিপদজনক হ’ব পাৰে; কিয়নো এটা পইতাচোৰাই বাবে কাণৰ পৰ্দা ফাটি যোৱাৰ সম্ভৱনা থাকিব পাৰে। ফু জিয়া নামৰ চিকিৎসকজনে ৰোগীজনৰ কাণত এণ্ডোস্কোপ ব্যৱহাৰ কৰি পইতাচোৰাটো থকাৰ উমান লাভ কৰিছিল৷ চিকিৎসকে সাৱধানতাৰে মানুহজনৰ কাণ পৰীক্ষা কৰিবলৈ আগবাঢ়িছিল কিয়নো পইতাচোৰাটোৱে তেওঁৰ কাণৰ পৰ্দাৰ গুৰুতৰ ক্ষতিসাধন কৰিব পাৰে। চিকিৎসকে পইতাচোৰাটো ধৰিবলৈ চেষ্টা কৰিছিল, কিন্তু পইতাচোৰাটো লৰচৰ কৰি আছিল, সেয়েহে চিকিৎসকে ইয়াক এনাস্থেটাইজ কৰাৰ সিদ্ধান্ত লৈছিল, যাৰফলত পইতাচোৰাটো কাণৰ পৰা আতঁৰ কৰাত সহায়ক হ’ব পাৰে। খবৰ অনুসৰি, ফু জিয়াই ৰোগীজনৰ কাণৰ পৰা পইতাচোৰাটো আঁতৰ কৰাৰ পাছত চিকিৎসালয়ৰ পৰা মুকলি কৰি দিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ