--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বকাপৰ ফাইনেললৈ মাজত আৰু এটা দিন বাকী। দেওবাৰে নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হয় খেলখনৰ অভ্যাস। দেওবাৰে আকাশত অনুষ্ঠান পৰিৱেশন কৰিব ভাৰতীয় বায়ুসেনাৰ বিশেষ দল ‘সূৰ্যকৰণ’-এ।ইতিমধ্যে ভাৰতীয় বায়ুসেনাই আখৰা কৰি আছে। এই ভিডিঅ’টো পোষ্ট কৰিছে বিশ্ব ক্ৰিকেটৰ শীৰ্ষ সংস্থা আইচিচিয়ে।


দেওবাৰে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মুখামুখি হ’ব। সেই মেচৰ আগতে সূৰ্যকিৰণৰ প্ৰদৰ্শনী হ’ব। ১০ মিনিটৰ বাবে এই অনুষ্ঠান হ’ব। শুকুৰবাৰে অনুষ্ঠিত হয় এই এয়াৰ শ্ব’ৰ এক আখৰা।পুনৰ শনিবাৰে হ’ব আন এক আখৰা। দেওবাৰে প্ৰদৰ্শন কৰা হ’ব ৯খন বিমান। সূৰ্যকিৰণ দলে সমগ্ৰ দেশতে এনে প্ৰদৰ্শনী অনুষ্ঠিত কৰে। এই গোটটো আকাশত বিভিন্ন আকৃতি সৃষ্টি কৰাত পাকৈত। দেওবাৰে এই দলটোৱে কি আকৃতিত সজ্জা গঠন কৰিব সেই সম্পৰ্কে  সকলোৱে আগ্ৰহ প্ৰকাশ কৰিছে।


উল্লেখ্য যে নিউজিলেণ্ডক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে ভাৰতে। বৃহস্পতিবাৰে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অষ্ট্ৰেলিয়াই জয়লাভ কৰে। ২০০৩ চনৰ পিছত ভাৰত আৰু অষ্ট্ৰেলিয়াই পুনৰ বিশ্বকাপৰ ফাইনেল মুখামুখি হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক