--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছত্তীশগড়ত দ্বিতীয় পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ ভোটদান  শুক্ৰবাৰে অনুষ্ঠিত হয়। ভোটদান শেষ হোৱাৰ পিছত গাৰিয়াবন্দ জিলাৰ বাডে গোবৰা গাঁৱত হোৱা  আইইডি বিস্ফোৰণত এজন আইটিবিপি জোৱান নিহত হোৱাৰ খবৰ পোৱা গৈছে। বিস্ফোৰণৰ আঁৰত নক্সালৰ বিদ্ৰোহীৰ হাত  থকা বুলি সন্দেহ কৰা হৈছে।

মৃত জোৱানজনক যোগিন্দৰ সিং বুলি চিনাক্ত কৰা হৈছে। তেওঁ  হেড কনিষ্টবল আছিল। বিস্ফোৰণৰ খবৰ পোৱাৰ পিছতে উদ্ধাৰকাৰী দলে  ঘটনাস্থলীত গৈ উপস্থিত হয়।সন্দেহ কৰা অনুসৰি বোমাটো পথৰ মাজত পুতি ৰখা হৈছিল।

উল্লেখ্য  ৯০ জনীয়া ছত্তীশগড় বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ  ৭ নৱেম্বৰত অনুষ্ঠিত হৈছিল। আজি  দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ আছিল। আজি ৭০ খন আসনৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হয় । নিৰ্বাচনৰ ফলাফল ৩ ডিচেম্বৰত ঘোষণা কৰা হ'ব।
  

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক