--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতৰ ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ডে ইতিমধ্যে পেটিএম 
অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেট ট্যুৰৰ কাৰ্যসূচী ঘোষণা কৰিছে৷ ভাৰতৰ আন্তৰাষ্ট্ৰীয় গৃহ ছিজন ২০২২-২৩ তিনিখন T20I খেলৰ জৰিয়তে আৰম্ভ হ’ব। 

এই খেলখন ছেপ্তেম্বৰ মাহত অষ্ট্ৰিয়াৰ বিপক্ষে হ’ব আৰু অ’ ডি আই ছিৰিজৰ খেল সমূহ দক্ষিণ আফ্ৰিকাৰ বিপক্ষে হ’ব৷  
অষ্ট্ৰেলিয়াৰ বিপক্ষে হ’ব লগীয়া  প্ৰথমখন T20 ম’হালিত অনুষ্ঠিত হ’ব বুলি বি চি চি আইৰ সম্পাদক জয় শ্বাহে জানিবলৈ দিয়ে৷ 

আনহাতে, দ্বিতীয়খন T20 খেলখন ২০২০ চনৰ ২অক্টোবৰ তাৰিখে আৰম্ভ হ’ব৷ গান্ধী জয়ন্তীৰ দিনটোত মহাত্মা গান্ধীৰ প্ৰতি সন্মান জনাই খেলখন আৰম্ভ কৰা হ’ব ৷ উল্লেখযোগ্য যে এই খেলখন গুৱাহাটীত অনুষ্ঠিত হ’ব৷ 

অৱশ্যে গুৱাহাটীত হ’বলগীয়া খেলখন ১ অক্টোবৰতেই অনুষ্ঠিত হ’ব বুলিও শুনা গৈছিল৷
আনফালে দ্বিতীয় আৰু তৃতীয়খন অ’ ডি আই ক্ৰিকেট ৰাঁচি আৰু দিল্লীত অনুষ্ঠিত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ