--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: স্বপ্নভংগ হ’ল হিমা দাসৰ৷ সময়ৰ অপৰিমেয় মূল্যক যোৱানিশা পুনৰ এবাৰ উপলব্ধি কৰাৰ অৱকাশ পোৱা গ’ল হিমাৰ প্ৰদৰ্শনৰ পাছত৷ হিমা দাসে ২০০ মিটাৰ দৌৰৰ ছেমি ফাইনেলত পৰাস্ত হয়৷ হিমাই ০.০১ ছেকেণ্ডৰ ব্যৱধানত পৰাজিত হয়৷ তেওঁ ২৩.৪২ ছেকেণ্ডৰ সময়ৰ সৈতে হিট ২ত তৃতীয় স্থান লাভ কৰিছে৷ 

৫ আগষ্ট, শুকুৰবাৰে কমনৱেলথ গেমছ ২০২২ৰ ছেমি ফাইনেলত সামগ্ৰিকভাৱে দশম স্থান লাভ কৰাৰ বাবে ভাৰতৰ হিমা দাসে মহিলাৰ ২০০ মিটাৰ ফাইনেলত স্থান লাভ কৰিবলৈ সক্ষম নহ’ল। পাঁচটা অলিম্পিক স্বৰ্ণ পদক থকা জামাইকাৰ এলেইন থম্পছন-হেৰাহে ছেমি ফাইনেলত সৰ্বশ্ৰেষ্ঠ সময় অতিবাহিত কৰিছিল - ২২.৬৩ ছেকেণ্ড।

হিমা দাসে আজি মহিলাৰ ৪ × ১০০ মিটাৰ ৰীলেত অংশ ল’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ