--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ পৃথিৱীত বহুতো অদ্ভুত ঠাই আছে যিবোৰৰ বিষয়ে শুনি আমি আচৰিত হওঁ। আজি আমি এনে এখন গাঁৱৰ বিষয়ে ক'বলৈ গৈ আছো য'ত যিকোনো সময়তে মানুহ টোপনি যায়। ইয়াত বাস কৰা লোকসকলে কেইবামাহধৰি থাকে শুই। শুনিবলৈ আচৰিত যেন লাগিলেও কিন্তু একেবাৰে সঁচা কথা। জানো আহক এই গাঁওখনৰ বিষয়ে।

 কাজাখস্তানত অৱস্থিত এখন অদ্ভুত গাঁও নাম কালাচী। এই গাঁৱৰ মানুহে কেইবামাহধৰি থাকে শুই। ইয়াৰ বাবে এই গাঁওখনক ‘স্লিপি হোলো ভিলেজ’ বুলিও জনা যায়। ইয়াত থকা লোকসকলক প্ৰায়ে শুই থকা দেখা যায়, সেই কাৰণে এই লোকসকলৰ ওপৰত বহুতো গৱেষণা চলোৱা হৈছিল।

 উল্লেখ্য যে, ২০১০ চনত এই গাঁওখনৰ হঠাতে শুই পৰা ঘটনাৰ প্ৰথম পোহৰলৈ আহিছিল। এখন বিদ্যালয়ত, কিছুমান শিশু হঠাতে তললৈ বাগৰি পৰিছিল আৰু তেওঁলোকে শুবলৈ আৰম্ভ কৰিছিল। লাহে লাহে এই ঘটনা গোটেই গাঁওখনলৈ ৰোগৰ দৰে বিয়পি পৰিছিল। তেতিয়াৰ পৰা বহু বিজ্ঞানীয়ে এই গাঁওখনত গৱেষণা কৰিবলৈ আৰম্ভ কৰিছিল। কিন্তু সকলো প্ৰচেষ্টাৰ পিছতো বিজ্ঞানীসকলে এই সমস্যাটোৰ সম্পূৰ্ণৰূপে সমাধান কৰিব নোৱাৰিলে। ‘ডেইলী মেইল’ৰ এক প্ৰতিবেদন অনুসৰি ২০১৫ চনত এই ৰোগৰ আকস্মিক সমাপ্তি ঘটিছিল।

 গৱেষকসকলৰ অনুসৰি কালাঞ্চি গাঁৱত ইউৰেনিয়ামৰ বিষাক্ত গেছ নিৰ্গত ঘটনাৰ ফলতেই ইয়াত থকা লোকসকলৰ শোৱাৰ এক অনন্য ৰোগত আক্ৰান্ত হৈছিল। বিষাক্ত গেছৰ ফলত ইয়াত পানীও দূষিত হৈ পৰিছে। একে সময়তে বিজ্ঞানীসকলে কয় যে ইয়াত পানীত কাৰ্বন মনোক্সাইড গেছ আছে, যাৰ বাবে ইয়াত মানুহে কেইবামাহ শুই থাকে।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?