--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈছে, য’ত ঐশ্বৰ্য ৰায়ে কয় যে তেওঁ এখন ছবিত প্ৰাক্তন প্ৰেমিক ছলমানৰ ভগ্নীৰ চৰিত্ৰত অভিনয় কৰাৰ কথা আছিল! অৰ্থাৎ ভাইজানক পৰ্দাত তেওঁৰ ভাতৃৰ চৰিত্ৰত দেখা পোৱা গ’লহেঁতেন।

সেই ভিডিঅ’টোত ঐশ্বৰ্যই কৈছিল যে ছলমানে ‘জোছ’ ছবিখনত শ্বাহৰুখ খানৰ  চৰিত্ৰত ছলমানে অভিনয় কৰাৰ কথা আছিল। সেই সময়তে ঐশ্বৰ্য আৰু ছলমানে ইজনে সিজনৰ লগত প্ৰেম কৰি আছিল৷

অভিনেত্ৰীগৰাকীয়ে কয়, ‘‘জোছ’ মুক্তিৰ পূৰ্বে সেই বছৰতে মই আৰু শ্বাহৰুখে ‘মহব্বতেইন’ ছবিখনত যুটি হিচাপে অভিনয় কৰিছিলো। কিন্তু শ্বাহৰুখৰ ভনীয়েকৰ চৰিত্ৰত অভিনয় কৰি মোৰ কোনো সমস্যা নাছিল। প্ৰথম অৱস্থাত কোৱা হৈছিল যে শ্বাহৰুখ আৰু আমিৰ (খানে) অভিনয় কৰিব। ইয়াৰ পিছত আমিৰৰ ঠাইত চন্দ্ৰচুদে সেই চৰিত্ৰত অভিনয় কৰে।’’

নব্বৈৰ দশকৰ শেষৰ ফালে সঞ্জয় লীলা ভাঞ্চালীৰ হম দিল দে চুকে ছানম ছবিখনৰ কাম কৰাৰ সময়তে ছলমান আৰু ঐশ্বৰ্যৰ সম্পৰ্ক গঢ় লৈ উঠিছিল। কিন্তু সেই সম্পৰ্ক মাত্ৰ চাৰি বছৰহে চলিছিল। শুনা যায় যে সম্পৰ্কৰ সময়ত ছলমানে ঐশ্বৰ্যক মানসিক আৰু শাৰীৰিকভাৱে নিৰ্যাতন চলাইছিল। ২০০৪ চনত সেই সম্পৰ্কৰ অন্ত পেলাইছিল ঐশ্বৰ্যই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক