--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
লাডেনৰ দ্বাৰা সংঘটিত আমেৰিকাৰ ৯/১১ ৰ কথা শুনিলেই বহুতৰে বুকু কঁপি উঠে৷ এই আক্ৰমণত ধন-জন সকলো ফালৰ পৰাই ক্ষতিগ্ৰস্ত হৈছিল আমেৰিকা৷ কিন্তু শেহতীয়াকৈ পোহৰলৈ আহিছে যে, এই আক্ৰমণৰ বিষয়ে এমাহ আগতেই সম্ভেদ পাইছিল জৰ্জ ডব্লিউ বুশ্বে৷ ২০০১ চনৰ ৬ আগষ্টত চিআইএ-ৰ দ্বাৰা ওছামা বিন লাদেনৰ ধ্বংসাত্মক পৰিকল্পনাৰ বিষয়ে বুশ্বক অৱগত কৰা হয়। কিন্তু বিষয়টোৰ বিষয়ে জনাৰ পাছতো তেওঁ কোনো পদক্ষেপ লোৱা নাছিল।

ৰাষ্ট্ৰপতি জৰ্জ ডব্লিউ বুশ্বে ইতিমধ্যে আমেৰিকা যুক্তৰাষ্ট্ৰত ২০০১ চনৰ ৯/১১ ৰ সন্ত্ৰাসবাদী পৰিকল্পনাৰ বিষয়ে "বাতৰি" লাভ কৰিছিল। চিএনএনৰ এক অনুসন্ধানমূলক প্ৰতিবেদন অনুসৰি, আক্ৰমণৰ পৰিকল্পনাৰ বিষয়ে আগতীয়াকৈ জনা স্বত্বেও বুশ্বে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা নাছিল।

প্ৰকাশিত প্ৰতিবেদনত ২০০৪ চনৰ এপ্ৰিলৰ কিছুমান চৰকাৰী নথিৰ কথা উল্লেখ কৰা হৈছে। দস্তাবেজখনত দাবী কৰা হৈছে যে কমেও এমাহ আগতে, আল-কায়েদা উগ্ৰপন্থী গোটটোৱে এটা ডাঙৰ ধ্বংসাত্মক কাৰ্য সংঘটিত কৰাৰ পৰিকল্পনাৰ বিষয়ে হোৱাইট হাউচৰ তদানীন্তন বাসিন্দাৰ ওচৰলৈ চোৰাংচোৱা প্ৰতিবেদন আহিছিল। কিন্তু গোটেই কথাটো জনাৰ পাছতো তেওঁ আচৰিতভাৱে নিৰুদ্বেগ হৈ পৰিছিল আমেৰিকাৰ ৰাষ্ট্ৰপতি ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক