--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জাপানৰ এগৰাকী জনপ্ৰিয় নৰখাদক ইচেই চাগাৱা ওৰফে কোবে কানিবালৰ মৃত্যু হৈছে। মৃত্যুৰ সময়ত তেওঁৰ বয়স ৭৩। ২৪ নৱেম্বৰত নিউমোনিয়াত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰে চাগাৱাই।

চাগাৱা কোনো সাধাৰণ নৰখাদক নহয়, বৰঞ্চ এগৰাকী চেলিব্ৰেটী নৰখাদক! নেদাৰলেণ্ডৰ এগৰাকী যুৱতীক হত্যা কৰি মাংস ভক্ষণ কৰাৰ অপৰাধত প্ৰথমবাৰৰ বাবে লাইমলাইটলৈ আহে চাগাৱা। আশ্বৰ্যজনকভাৱে ইয়াৰ বাবে তেওঁ কাৰাবাসো খাটিব লগা হোৱা নাছিল।

সৰুকালৰে পৰা ‘এণ্টাৰাইটিছ’ নামৰ এবিধ দূৰাৰোগ্য ৰোগত আক্ৰান্ত আছিল চাগাৱা। ভংগুৰ স্বাস্থ্য আৰু অন্তৰ্মুখী ব্যক্তিত্বৰ চাগাৱাৰ সাহিত্যজগতৰ প্ৰতি বিশেষ আকৰ্ষণ আছিল।

আনহাতে, মানুহৰ মাংসৰ প্ৰতিও চাগাৱাৰ সৰুকালৰে প্ৰতি আগ্ৰহ আছিল। সৰুকালতে এজন লোকৰ উৰু দেখাৰ পাছতে তেওঁৰ মাংস খাবলৈ ইচ্ছা হৈছিল বুলি তেওঁ পাছত জনাইছিল।

সাহিত্যৰ প্ৰতি আকৰ্ষিত বাবেই তেওঁ ওয়াকো বিশ্ববিদ্যালয়ত পঢ়া শুনা কৰি পাছত কোৱানচেই গাকুইন বিশ্ববিদ্যালয়ত ইংৰাজী সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল।

বিশ্ববিদ্যালয়ত পঢ়ি থকা অৱস্থাতো ২৪ বছৰ বয়সত তেওঁৰ বিৰুদ্ধে অপৰাধৰ অভিযোগ উত্থাপিত হৈছিল। টকিঅ’ৰ ওৱাকো বিশ্ববিদ্যালয়ত চাগাৱাই এগৰাকী দীৰ্ঘদেহী জাৰ্মান মহিলাৰ পিছা লৈছিল। উদ্দেশ্য আছিল মহিলাগৰাকীৰ নিতম্বৰ মাংস কাটি খোৱা।

মহিলগৰাকীৰ ঘৰত সোমাই চাগাৱাই নিজৰ অভিসন্ধি পূৰণৰ চেষ্টাও কৰিছিল। মহিলাগৰাকীয়ে অভিযোগ কৰা মতে, চাগাৱাই তেওঁক ধৰ্ষণৰ চেষ্টা কৰিছিল।

অভিযোগৰ ভিত্তিত আৰক্ষীয়ে চাগাৱাক গ্ৰেপ্তাৰ কৰে যদিও আদালতত মীমাংসা হৈ যায়। তাৰপাছতে ১৯৭৭ চনত ২৭ বছৰ বয়সত ইংৰাজী সাহিত্যত গৱেষণা কৰিবলৈ চাগাৱাই পেৰিছলৈ ৰাওনা হয়।

পেৰিছতে ১৯৮১ চনত চাগাৱাৰ স’তে পৰিচয় হয় নেদাৰলেণ্ডৰ ৰেনি হাৰ্টভেল্ট নামৰ এগৰাকী যুৱতীৰ স’তে। ৰেনিক নিজৰ ঘৰলৈ আমন্ত্ৰণ জনায় চাগাৱাই।

নিজৰ ঘৰলৈ আমন্ত্ৰণ কৰি আনি চাগাৱাই বেনিক হত্যা কৰে। তাৰপাছত ৰেনিৰ মৃতদেহত যৌন অত্যাচাৰ কৰে। কেৱল সেয়াই নহয়, ৰেনিৰ মৃতদেহটো কাটি কেইবাভাগো কৰে চাগাৱাই।

অভিযোগ অনুসৰি, প্ৰথমতে দাঁতেৰে কামুৰি ৰেনিৰ মৃতদেহৰ পৰা কেঁচা মাংস খোৱাৰ চেষ্টা কৰিছিল চাগাৱাই। কিন্তু দাঁতেৰে মাংস কামুৰিব নোৱাৰি এখন ছুৰিৰে মাংস কাটিব ধৰে।

ৰেনিৰ শৰীৰৰ বিভিন্ন অংশ কাটে চাগাৱাই। ৰেনিৰ স্তন, মুখ, নিতম্ব, ভৰি, উৰু আৰু অন্যান্য অংশসমূহ ৰান্ধি খায় চাগাৱাই।

আনকি ৰেনিৰ যৌনাংগ কাটি কেঁচাকৈয়ে গিলি খাইছিল চাগাৱাই। তদন্তকাৰীসকলৰ আগত এই কথা স্বীকাৰ কৰিছিল তেওঁ। মৃতদেহৰ আন কিছু অংশ ফ্ৰীজত সংৰক্ষণো কৰি ৰখা হৈছিল। ৰেনিৰ মৃতদেহৰ কটা যোৱা অংশসমূহৰ ফটোও তুলি ৰাখিছিল চাগাৱাই।

পরে প্যারিসের বোইস ডি বোলোন পার্কে একটি স্যুটকেসে ভরে রেনির দেহাবশেষ ফেলতে গিয়ে পুলিশের হাতে গ্রেফতার হন সাগওয়া

বিচার চলাকালীন মনস্তাত্ত্বিক বিশেষজ্ঞরা জানান, সাগওয়া মানসিক বিকারগ্রস্ত। সাগাওয়া মানসিক ভারসাম্যহীন বলে তাঁকে জেলে পাঠানো থেকে অব্যাহতি দেওয়া হয়।

তাৰপাছত পেৰিছৰ এখন ঠাইত ৰেনিৰ মৃতদেহৰ কিছু অংশ পেলাবলৈ গৈ পুলিছৰ হাতত গ্ৰেপ্তাৰ হয় চাগাৱা। বিচাৰকালত মনস্তাত্বিক বিশেষজ্ঞসকলে জনায় যে চাগাৱা মানসিক বিকাৰগ্ৰস্তু। ফলস্বৰূপে কাৰাবাসৰ পৰা ৰক্ষা পায় তেওঁ।

আদালতৰ নিৰ্দেশ অনুযায়ী চাগাৱাক ফ্ৰান্সৰ এখন মানসিক চিকিৎসাকেন্দ্ৰত ৰখা হয়। তাৰপাছতে জাপানলৈ উভটাই পঠোৱা হয়।

কিন্তু জাপানৰ মানসিক চিকিৎসকসকলে ফ্ৰান্সৰ চিকিৎসকলতকৈ পৃথক বক্তব্য ৰাখে। কয় যে চাগাৱা মানসিকভাৱে সম্পূৰ্ণ সুস্থ।

জাপান চৰকাৰে চাগাৱাৰ বিৰুদ্ধে কোনো আইনী পদক্ষেপ নল’লে। চাগাৱাইও নিজৰ অপৰাধৰ কথা কোনোদিন অস্বীকাৰ নকৰিলে। বৰঞ্চ সমগ্ৰ ঘটনাৱলীক লৈ ‘ইন দ্যা ফগ’ নামেৰে এখন উপন্যাস লিখে তেওঁ।

বাঁচি থকা কালত চাগাৱাক লৈ কেইবাখনো তথ্যচিত্ৰ, চিনেমা আৰু টিভি শ্ব’ও নিৰ্মাণ হৈছিল। কেইবাখনতো চাগাৱাই নিজেই অভিনয়ো কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক