--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে এইবুলি দাবী কৰিছে যে ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ (এন ডি এ) তৃতীয় কাৰ্যকালত ভাৰত বিশ্বৰ তৃতীয় সৰ্ববৃহৎ অৰ্থনীতি হৈ পৰিব।

মোদীয়ে কয় " এন ডি এৰ শাসনকালত ভাৰতীয় অৰ্থনীতি বিশ্বব্যাপী দশম স্থানৰ পৰা ৫ম স্থানলৈ উন্নত হৈছে, মই আপোনাক আশ্বাস দিব পাৰোঁ যে  আমাৰ তৃতীয় কাৰ্যকালত অৰ্থনীতি  তৃতীয় স্থানত থাকিব," । নতুন দিল্লীত অনুষ্ঠিত  এন ডি এৰ বৈঠকত প্ৰধানমন্ত্ৰী মোদীয়ে এনেদৰে  কয়।  এন ডি এৰ মিত্ৰদলসমূহক আশ্বাস দি প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে তেওঁ ভুল কৰিব পাৰে কিন্তু বেয়া উদ্দেশ্যৰে একো নকৰে। বিৰোধীপক্ষক আক্ৰমণ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁলোকে  সাধাৰণ লোকৰ জ্ঞানক অৱমূল্যায়ন কৰে, কিন্তু ৰাইজে জানে যে স্বাৰ্থপৰ সকলে  তেওঁলোকক বান্ধি ৰাখিব বিচাৰিছে। 

উল্লেখ্য মঙলবাৰে ৩৮ টা দলৰ নেতাই মঙলবাৰে ইয়াত বিজেপি নেতৃত্বাধীন এন ডি এৰ  বৈঠকত যোগদান কৰিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সেই মিত্ৰতাক   এক সময়-পৰীক্ষিত মিত্ৰজোঁট , যি মিত্ৰজোঁটে  ৰাষ্ট্ৰীয় প্ৰগতি আৰু আঞ্চলিক আকাংক্ষা পূৰণ কৰিব বিচাৰে বুলি কৈছিল। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এন ডি এৰ মিত্ৰশক্তিৰ একত্ৰিত হোৱাটো "অপৰিসীম আনন্দৰ" বিষয়। তেওঁ টুইটত কয়, "এয়া  অত্যন্ত আনন্দৰ বিষয় যে সমগ্ৰ ভাৰতৰ পৰা আমাৰ মূল্যৱান এন ডি এ অংশীদাৰসকলে আজি দিল্লীত অনুষ্ঠিত  বৈঠকত অংশগ্ৰহণ কৰিছে। "







FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস