--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অনিল কাপুৰ, ববি দেউল, ৰণবীৰ কাপুৰ আৰু ৰশ্মিকা মান্দানাৰ বলীউড ছবি ‘এনিমেল’-এ বক্স অফিচত চমক সৃষ্টি কৰিছে। ৰণবীৰ কাপুৰৰ এই ছবিখনে এতিয়ালৈকে বক্স অফিচত ৪০০ কোটি টকাৰ উপাৰ্জন কৰিছে।

'এনিমেল' হিট হোৱাৰ লগে লগে কাশ্মীৰ ভ্ৰমণলৈ গ’ল ৰশ্মিকা মান্দানা। কাশ্মীৰত বহু আনন্দ-ফূৰ্তিৰে সময় কটাইছে ৰশ্মিকাই।দক্ষিণৰ পৰা বলীউডলৈকে অভিনয়ৰ দক্ষতা প্ৰদৰ্শন কৰা অভিনেত্ৰী ৰশ্মিকা মান্দানাই ছ’চিয়েল মিডিয়াত এতিয়া শিৰোনাম দখল কৰি আছে। ‘এনিমেল’ হিট হোৱাৰ পাছত অভিনেত্ৰীগৰাকীৰ এটা ভিডিঅ’ পোহৰলৈ আহিছে। এই ভিডিঅ'টোত ৰশ্মিকাক বহুত সুখী দেখা গ'ল। 

ৰশ্মিকাই নিজৰ ছ’চিয়েল মিডিয়া হেণ্ডেলৰ পৰা এই ভিডিঅ’টো শ্বেয়াৰ কৰিছে। এই ভাইৰেল ভিডিঅ'টোত ৰশ্মিকা মান্দানাক খুব মৰমলগা দেখা গৈছে। ৰশ্মিকাৰ এই মৰমলগা লুকটোৱে অনুৰাগীৰ হৃদয় জয় কৰিছে। আপোনালোকক জনাওঁ যে ৰশ্মিকা মান্দানাৰ এই ভাইৰেল ভিডিঅ’টো কাশ্মীৰৰ। অভিনেত্ৰী ৰশ্মিকাই নিজৰ ইনষ্টাগ্ৰাম হেণ্ডেলত এটা মৰমলগা কেপচনৰ সৈতে এই ভিডিঅ’টো শ্বেয়াৰ কৰিছে, যিটো অনুৰাগীসকলে বহুত ভাল পাইছে।

পাছে ট্ৰলাৰে নেৰে ট্ৰ’ল কৰিবলৈ। ৰশ্মিকাৰ বহাৰ ভংগীমাকলৈ নেটিজেনে কৰিছে ট্ৰ’ল। ইয়াৰে একাংশই ৰশ্মিকাক কমেণ্টৰ জৰিয়তে বহুত মৰম যাচিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক