--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ‘এনিমেল’ৰ চৰ্চা এতিয়াও অব্যাহত আছে। চিনেমাখনে বক্স অফিচত ধুমুহাৰ সৃষ্টি কৰিছে। ছবিখনৰ উন্মাদনাই মানুহক আৱৰি আছে। ছবিখনত ৰণবীৰ কাপুৰৰ ভূমিকাক দৰ্শকে বহুত ভাল পোৱাৰ বিপৰীতে ববী দেউলে একো নোকোৱাকৈয়ে সকলোকে আপ্লুত কৰি তুলিছে।

'এনিমেল'ক লৈ ছানী দেওলে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া। ‘এনিমেল’ ছবিৰ সন্দৰ্ভত মুকলিকৈ কথা পাতিলে ছানী দেওলে। এই সময়ত ছানীয়ে কয় যে ছবিখনৰ কিছুমান কথা মোৰ ভাল লগা নাই। কিন্তু ভাতৃ ববীৰ অভিনয়ত মই সুখী। ববিৰ বাবে মই বৰ সুখী। এনিমেল চাইছোঁ ভাল লাগিল। ভাল চিনেমা। কিন্তু কিছুমান কথা আছে যিবোৰ মোৰ ভাল লগা নাই। কেতিয়াবা মোৰ ছবিবোৰতো কিছুমান কথা ভাল নাপাওঁ। এজন দৰ্শক হিচাপে মই এই অনুভৱ ব্যক্ত কৰিছো।

উল্লেখ্য যে এই ছবিখন মুক্তি পোৱাৰ ১৬ দিন হ’ল আৰু ছবিখনৰ সংগ্ৰহ ১৫ দিনত ৮০০ কোটি টকাৰ পৰা মাত্ৰ কেইখোজমান দূৰত। এই ছবিখনে ১৫ দিনত ৭৮৪.৪৫ কোটি টকা সংগ্ৰহ কৰিছে। এই ছবিখন পৰিচালনা কৰিছে সন্দীপ ৰেড্ডী ভাংগাই। ৰণবীৰ আৰু ববীৰ উপৰিও তৃপ্তি ডিমৰীৰ চৰিত্ৰক লৈ ছবিখনত চৰ্চা চলি আছে। এই ছবিখনৰ দ্বিতীয় খণ্ডও হ’ব, যিটো ছবিৰ শেষত এটা ক্লিপত ঘোষণা কৰা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক