--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মুম্বাইৰ ধীৰুভাই আম্বানী ইণ্টাৰনেচনেল স্কুলত অধ্যয়ন কৰে বলীউডৰ নামী-দামী তাৰকাৰ সন্তানে। শেহতীয়াকৈ এই স্কুলত অনুষ্ঠিত হৈছে বাৰ্ষিক দিৱস। ইয়াত অংশগ্ৰহণ কৰিছে শ্বাহৰুখ খানৰ কনিষ্ঠ সন্তান আব্ৰাম খানে। ইয়াৰ লগতে অভিষেক-ঐশ্বৰ্যৰ কন্যা আৰাধ্যা বচ্চন আৰু ছৈফ-কৰীণাৰ পুত্ৰ তেইমূৰ আলী খানেও অংশগ্ৰহণ কৰিছে। তেওঁলোকৰ এই প্ৰদৰ্শন ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। 

বাৰ্ষিক দিৱসৰ কিছু ভিতৰৰ ছবি পোহৰলৈ আহিছে। শ্বাহৰুখ খানৰ কনিষ্ঠ পুত্ৰ আব্ৰাম খানক মঞ্চত অভিনয় কৰা দেখা গৈছিল। অভিনয়ৰ সময়ত আব্ৰাম খানে মঞ্চত হাত মেলি পিতৃ শ্বাহৰুখ খানৰ ছিগনেচাৰ প’জটোও কৰিছিল। যিটো দৰ্শকে বহুত পচন্দ কৰে। সকলোৱে কৈছে পিতৃক অনুকৰণ কৰাত সফল হৈছে পুত্ৰ। 

আব্ৰাম খানৰ এই প’জ এতিয়া ভাইৰেল হৈ পৰিছে। উল্লেখ্য যে আব্ৰাম খানৰ অভিনয় চাবলৈ পত্নী আৰু কন্যাৰ সৈতে উপস্থিত আছিল শ্বাহৰুখ খান। আব্ৰামৰ অভিনয় দেখি আৱেগিক হৈ দুচকু সেমেকি উঠিছিল শ্বাহৰুখ খানৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক