--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বহুলচৰ্চিত ছবি ‘এনিমেল’ক চৰ্চা চলিল সদনত৷ ৰাজ্যসভাত ছবিখনৰ প্ৰসংগ উত্থাপন কৰিলে কংগ্ৰেছৰ সাংসদ ৰঞ্জিত ৰঞ্জনে। 

হিংসা আৰু নাৰীবিদ্বেষী কাহিনীক ছবিখনে নায্যতা দিয়া বুলি মন্তব্য কংগ্ৰেছ সাংসদগৰাকীৰ। ছবিখনে যুৱ প্ৰজন্মৰ মাজত বিৰূপ প্ৰভাৱ পেলোৱাৰ আশংকা কৰে ৰঞ্জিত ৰঞ্জনে। ইয়াৰ লগতে ছবিখনৰ অৰ্জন ভেইলি গীতটোক লৈও আপত্তি দৰ্শায় কংগ্ৰেছ সাংসদগৰাকীয়ে। গীতটোৰ আপত্তিজনক কথাই নতুন প্ৰজন্মক বিপথে পৰিচালিত কৰিব বুলি ৰাজ্যসভাত মন্তব্য কৰে কংগ্ৰেছ সাংসদগৰাকীয়ে৷

উল্লেখ্য যে সদ্যসমাপ্ত নিৰ্বাচনত গীতটোৰ কথাংশ ব্যৱহাৰ কৰিছিল বিজেপিয়ে। সম্প্ৰতি দেশৰ ছবিগৃহত সফলতাৰে চলি আছে এনিমেল নামৰ ছবিখন। সন্দীপ ৰেড্ডী ভাংগাৰ দ্বাৰা পৰিচালিত ছবিখনত দেখুওৱা হৈছে পিতা-পুত্ৰৰ দণ্ডৰ কাহিনীক। ছবিখনৰ মূল চৰিত্ৰত অভিনয় কৰিছে জনপ্ৰিয় অভিনেতা ৰণবীৰ কাপুৰে। ৰণবীৰৰ লগতে ছবিখনত গুৰুত্বপূৰ্ণ চৰিত্ৰ ৰূপায়ণ কৰিছে ববী দেওল, দক্ষিণৰ জনপ্ৰিয় অভিনেত্ৰী ৰস্মিকা মন্ধানাই। 

বক্স অফিচত সফলতা অৰ্জন কৰাৰ বিপৰীতে একাংশ চলচ্চিত্ৰপ্ৰেমীৰ দ্বাৰা সমালোচিতও হৈছে ছবিখন। ইতিমধ্যে ছবিখনে ৬০০ কোটিৰো অধিক ধন উপাৰ্জনৰে দেশে বিদেশে সমাদৰ বুটলিবলৈ সক্ষম হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক