--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বদোদৰাৰ স্তম্ভেশ্বৰ মহাদেৱ মন্দিৰত অৱস্থিত শিৱলিঙৰ উচ্চতা ৪ ফুট আৰু ব্যাস ২ ফুট। কোৱা হয় যে ইয়াত ভ্ৰমণ কৰিলে জীৱনৰ সকলো অসুবিধা নোহোৱা হৈ যায়।

ডিজিটেল ডেস্কঃ ভাৰতবৰ্ষ ধৰ্মীয় বিশ্বাসৰ লগত জড়িত এখন দেশ। ভাৰতত বহুতো অলৌকিক মন্দিৰ আছে, যিবোৰৰ ৰহস্য কোনেও ভেদ কৰিব পৰা নাই। আজি আমি আপোনালোকক এনে এটা অলৌকিক মন্দিৰৰ বিষয়ে ক’ম, যাৰ মহিমা দেখি ভক্তসকলৰ ভক্তসকলৰ বিশ্বাস ভগৱান ভোলেনাথৰ প্ৰতি অধিক শক্তিশালী হৈ উঠে। 

আজি আমি গুজৰাট ৰাজ্যৰ বদোদৰাত থকা স্তম্ভেশ্বৰ মহাদেৱ মন্দিৰৰ কথা কৈছোঁ। এই মন্দিৰটোৰ অলৌকিক কথাটো হল মন্দিৰটো প্ৰতিদিনে দুবাৰকৈ কিছু সময়ৰ বাবে নোহোৱা হৈ যায়। সাগৰত অৱস্থিত এই মন্দিৰটো দৈনিক দুবাৰকৈ নোহোৱা হৈ যায়। 

আপুনি জানি আচৰিত হ’ব যে ভগৱান শিৱৰ এই মন্দিৰটো কিছু সময়ৰ বাবে দিনটোত দুবাৰকৈ, ৰাতিপুৱা আৰু গধূলি সাগৰৰ মাজত নোহোৱা হৈ যায়। এই ৰহস্য আজিলৈকে কোনেও উলিয়াব পৰা নাই।

এই অলৌকিকতা চাবলৈ প্ৰতি বছৰে ইয়ালৈ লাখ লাখ ভক্ত আহে। এই মন্দিৰটো আৱিষ্কাৰ হৈছিল প্ৰায় ১৫০ বছৰ আগতে।

সমুদ্ৰই নিজে দিনটোত দুবাৰকৈ দেৱাদিদেৱ মহাদেৱক জল অভিষেক কৰি প্ৰাৰ্থনা কৰে বুলি বিশ্বাস প্ৰচলিত আছে। সেয়েহে সাগৰৰ মাজত দুবাৰকৈ এই মন্দিৰটো অন্তৰ্ধান হৈ যায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
জুবিন গাৰ্গৰ অতি জনপ্ৰিয় ২৫ টা গীত নিৰ্ধাৰণ; নতুন অসমীয়া ছবি ‘১৮ নৱেম্বৰ’ৰ গীতৰ অডিচন আৰম্ভ
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement