--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হলিউডৰ ছবিৰ চিত্ৰনাট্যৰ দৰেই। একেটা পৰিয়ালৰ ৪ জন সদস্যই একেলগে জন্মদিনৰ কেক কাটি আছে। কাহিনী যেন লাগিলেও এই ঘটনা সঁচা। চিকিৎসকৰ মতে, ১ লাখ ৩৩ হাজাৰ লোকৰ ভিতৰত মাত্ৰ এজনৰ ভাগ্য ইমানেই ভাল হয় যে পিতৃ-মাতৃৰ সৈতে একেটা তাৰিখতে সন্তান জন্ম হয়।

নিউয়ৰ্কৰ বাসিন্দা ছিয়েৰা ব্লেয়াৰ (৩২) আৰু দীৰ্ঘদিনীয়া সংগী জোছ আৰভিন (৩১)য়ে ১৮ আগষ্টত জন্মদিন উদযাপন কৰে। আচৰিত কথা যে একেদিনাই তেওঁলোক যমজ সন্তানৰ পিতৃ-মাতৃ হ’ল। তেওঁলোকে শিশুটিৰ জন্মৰ দিনটোৰ বিষয়ে আগতীয়াকৈ কোনো ধাৰণা কৰা নাছিল। বৰঞ্চ আগষ্ট মাহৰ শেষৰ ফালে বা ছেপ্টেম্বৰৰ প্ৰথম সপ্তাহৰ ভিতৰত শিশুটিৰ মুখখন দেখা পাব বুলি ভাবিছিল।

ছিয়েৰাৰ প্ৰসৱৰ দিন হোৱাৰ আগদিনা ১৭ আগষ্টত প্ৰসৱৰ সূত্ৰপাত হৈছিল। গৰ্ভত যমজ সন্তান থকা বাবে স্বাভাৱিকভাৱে সন্তান জন্ম দিয়াটো অলপ সমস্যা আছিল। গৰ্ভত ভ্ৰুণৰ অৱস্থানক লৈও চিকিৎসকৰ মাজত সংঘাতৰ সৃষ্টি হৈছিল। গতিকে অস্ত্ৰোপচাৰৰ আশংকা নকৰাকৈয়ে অৱশেষত চিকিৎসকে যমজ সন্তান দুটাক দিনৰ পোহৰ চাবলৈ দিলে।

জছ আৰু ছিয়েৰাৰ জন্মদিনটো স্বাভাৱিকতে পৰিয়ালটোত আনন্দৰে ভৰি পৰে কাৰণ তেওঁলোকৰ যমজ সন্তান জন্ম হয়। জোচেৰ ভাষাত, “এতিয়াৰ পৰা প্ৰতি বছৰে এই দিনটোত আমাৰ ঘৰত এটা উৎসৱ হ’ব। আমি ৪ জনেই একেলগে আমাৰ আৰু ইজনে সিজনৰ জন্মদিন উদযাপন কৰিম।”

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস