--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আৰ্জেণ্টিনাৰ মডেল আৰু অভিনেত্ৰী চিলভিনা লুনাৰ আকস্মিক বিয়োগে হতচকিত কৰিছে তেওঁৰ অনুৰাগীক৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৪৩ বছৰ৷ আৰ্জেণ্টিনাৰ মনোৰঞ্জন জগতৰ এগৰাকী ফৰিংফুটা নাম চিলভিনা লুনাই প্লাষ্টিক চাৰ্জাৰী প্ৰক্ৰিয়াৰ পৰা উদ্ভৱ হোৱা জটিলতাৰ ফলত কৰুণভাৱে মৃত্যুক সাবটি ল’বলগীয়া হয়৷

লুনাই তেওঁৰ মৃত্যুৰ মাত্ৰ দুসপ্তাহ পূৰ্বে প্লাষ্টিক চাৰ্জাৰী প্ৰক্ৰিয়াটো সম্পন্ন কৰাইছিল। অৱশ্যে, অস্ত্ৰোপচাৰৰ পৰৱৰ্তী সময়ক স্বাস্থ্যৰ অৱস্থা জটিল হ’বলৈ ধৰে লুনাৰ৷ অস্ত্ৰোপচাৰৰ পাৰ্শ্বক্ৰিয়াৰ ফলতে লুনাৰ বৃক্ক বিকল হৈ পৰিছিল৷

২০১৫ চনৰ পৰা ক্ৰমাৎ লুনাৰ স্বাস্থ্যৰ অৱনতি হ’বলৈ ধৰে৷ ২০১৫ চনত চিকিৎসাৰ প্ৰয়োজন হৈছিল লুনাক৷ চিকিৎসকে তেওঁৰ অসুস্থতাক হাইপাৰকেলচেমিয়া বুলি ধৰা পেলাইছিল, আৰু বৃক্ক সংৰোপণ কৰিব নোৱৰালৈকে সাপ্তাহিক ডায়েলাইচিছ চিকিৎসাত ৰখা হৈছিল। ২০১৬ত তেওঁ মিয়ামি ভ্ৰমণ কৰিছিল আৰু আৰ্জেণ্টিনাৰ ডাঃ ক্ৰিষ্টিয়ান পেৰেজক সাক্ষাৎ কৰি চিকিৎসা গ্ৰহণ কৰিছিল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস