--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বনৰীয়া জীৱ-জন্তু দেখি আমাৰ মনলৈ প্ৰথম চিন্তাটো আহে আমাৰ নিজৰ নিৰাপত্তা। সিংহ, চিতা, বাঘৰ দৰে বিপজ্জনক জীৱ-জন্তুবোৰ সন্মুখত দেখিলেই  জীৱন ৰক্ষাৰ বাবে তাৰ পৰা পলাই যোৱাৰ চিন্তাই প্ৰথমে মনলৈ আহে, কিন্তু ভিডিঅ'টোত দেখা কেইজনমান যুৱকে বাঘৰ লগত ফটো উঠিবলৈ আৰম্ভ কৰিলে। সন্মুখত দেখা বাঘটোৰ লগতো চেলফি উঠাৰ চেষ্টা কৰিলে এজন বিশেষ যুৱকে।

ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা এটা ভিডিঅ’ত দেখা গৈছে যে এদল দৰ্শকে এটা বাঘে এটা ৰাস্তা পাৰ হৈ যোৱাৰ ছবি ক্লিক কৰিবলৈ চেষ্টা কৰা দেখা গৈছে। আনকি তেওঁলোকৰ এজনে এই ভয়ংকৰ জন্তুটোৰ সৈতে চেলফি তুলিবলৈ চেষ্টা কৰিছিল, যাক আপুনি মূৰ্খামি অথবা সাহস বুলি ভাবিব পাৰে।

ভিডিঅ'টো চাওক:

বাঘৰ ফটো তোলাটো মাৰাত্মক

এই ঘটনা সংঘটিত হৈছে মধ্যপ্ৰদেশত।  ভিডিঅ'টো মধ্যপ্ৰদেশৰ পান্না টাইগাৰ ৰিজাৰ্ভৰ। ভাৰতীয় বন সেৱাৰ বিষয়া সুশান্ত নন্দাই (আই এফ এছ) টুইটাৰত প্ৰকাশ কৰা ভিডিঅ’টোৱে ৫৯ হাজাৰতকৈ অধিক দৰ্শক লাভ কৰিছে। ভিডিঅ’টো পোষ্ট কৰাৰ সময়ত বিষয়াজনে এনে অদ্ভুত আচৰণ নকৰিবলৈ সকীয়াই দিয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জার্মান-মার্কিন ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা
ভাৰত-ৱেষ্ট ইণ্ডিজৰ প্ৰথম টি-২০ আজি
প্লেগৰ আতংক বিয়পিছে ৰাছিয়াত; মহিলা গৱেষকৰ মৃত্যুৰ পাছত ২০০ লোক কোৱাৰেণ্টাইনত
ক্ষেত্ৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; ৰাষ্ট্ৰীয় ঘাইপথৰ ৰেলিঙত বাহনৰ খুন্দা, মহিলাসহ তিনিজনৰ মৃত্যু
বদৰপুৰঘাটত বিভিচিএল হেল্থ চেণ্টাৰত লায়ন্স ক্লাবৰ চতুৰ্থটো চকু পৰীক্ষা শিবিৰ
স্মিত মচ্চাৰক ইজৰাইলৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানলৈ আমন্ত্রণ প্ৰধানমন্ত্ৰী নেটান্যাহুৰ
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’