--°C
Loading...
Listen to Article
2 min read
80%

সকলো শেহতীয়া সুৰক্ষা ব্যৱস্থা থকা অত্যাধুনিক হেলিকপ্টাৰে সাতজন যাত্ৰী আৰু পাইলটক কঢ়িয়াই নিবলৈ সক্ষম হ'ব। হেলিকপ্টাৰখন সাগৰ পৃষ্ঠৰ পৰা ২০,০০০ ফুট উচ্চতাৰ পৰাও অৱতৰণ আৰু উৰণ কৰিবলৈ সক্ষম।

ডিজিটেল ডেস্ক : এগৰাকী ভাৰতীয়! যাৰ কৃতিত্বই গৌৰৱান্বিত কৰিছে সকলো ভাৰতীয়ক৷ আমি ক'বলৈ বিচাৰিছো আৰ পি গ্ৰুপ অব কোম্পানীৰ অধ্যক্ষ বি ৰবি পিল্লাৰ কথা৷ পিল্লাই ১০০ কোটি টকাৰ এয়াৰবাছ এইচ-১৪৫ হেলিকপ্টাৰৰ ক্ৰয় কৰি সৰ্বত্ৰে লাভ কৰিছে চৰ্চা৷ বিলাসী হেলিকপ্টাৰৰ গৰাকী হোৱা প্ৰথম ভাৰতীয় হিচাপে পৰিগণিত হৈছে পিল্লা। বৰ্তমান বিশ্বজুৰি মাত্ৰ ১,৫০০ এইচ-১৪৫হে আছে। ৬৮ বছৰীয়া কোটিপতিজনৰ মূল্য বৰ্তমান ২.৫ বিলিয়ন ডলাৰ আৰু তেওঁৰ বিভিন্ন কোম্পানীত প্ৰায় ৭০,০০০ কৰ্মচাৰী আছে আৰু ইউ এ ইৰ বাহিৰতো কৰ্মৰত হৈ আছে আৰু মধ্যপ্ৰাচ্যৰ সকলো দেশতে এই কোম্পানীয়ে যথেষ্ট অগ্ৰাধিকাৰ লাভ কৰি আহিছে। আৰ পি গ্ৰুপৰ এজন শীৰ্ষ বিষয়াই এই সন্দৰ্ভত কয় যে হেলিকপ্টাৰৰ শেহতীয়া সংযোজনে তেওঁৰ পৰ্যটন কাৰ্যকলাপক উৎসাহিত কৰিব৷ কিয়নো তেওঁ ৰাজ্যজুৰি বিলাসী হোটেলৰ মালিক আৰু তেওঁৰ অতিথিসকলক ৰাজ্যখনৰ পৰ্যটনস্থলীসমূহত লৈ যোৱাৰ বাবে ব্যৱহাৰ কৰা হ'ব৷ সকলো সুৰক্ষা ব্যৱস্থা থকা অত্যাধুনিক হেলিকপ্টাৰে সাতজন যাত্ৰী আৰু পাইলটক কঢ়িয়াই নিবলৈ সক্ষম হ'ব। হেলিকপ্টাৰখন সাগৰ পৃষ্ঠৰ পৰা ২০,০০০ ফুট উচ্চতাৰ পৰাও অৱতৰণ আৰু উৰণ কৰিবলৈ সক্ষম হ'ব। ইয়াৰ উপৰি হেলিকপ্টাখনে দুৰ্ঘটনাৰ ক্ষেত্ৰত ইয়াৰ যাত্ৰীসকলৰ সুৰক্ষা নিশ্চিত কৰিব পৰাৰ লগতে এইচ-১৪৫ উন্নত যোগাযোগ প্ৰণালীৰে সুসজ্জিত। PCA Banner
FOLLOW US F
POPULAR
FEATURE
TRENDY
ড্ৰ'নেৰে নিক্ষেপ কৰিব পৰা ক্ষেপণাস্ত্ৰৰ সফল পৰীক্ষা
যোৰহাটত ভোগদৈ নৈ, টোকোলাই জানৰ বেদখলত প্রশাসন মৌন কিয়?
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভংগ কৰিলে ইন্দিৰা গান্ধীৰ অভিলেখ
গৰমৰ পৰা পৰিত্ৰাণ পাব বিচাৰিছে নেকি ? সেৱন কৰক এই কেইটা পানীয়
কাৰ্গিল বিজয় দিৱস: ৰাষ্ট্ৰীয় শ্ৰদ্ধাঞ্জলি, অপাৰেচন বিজয়ৰ ২৬ বছৰ পূর্তি
মালদ্বীপৰ ৰাষ্ট্ৰপতি, সমগ্র কেবিনেটে আদৰিলে প্রধানমন্ত্রী মোদীক
মুক্তিৰ বাবে সাজু 'আইৰন গাৰ্লছ' , ২৫ জুলাইৰ পৰা প্ৰদৰ্শিত হ'ব অসমৰ ছবিগৃহত
ছেচং কিৰিৰ সফলতাই‌ গৌৰৱ কঢ়িয়াই আনিলে পশ্চিম কাৰ্বিআংলং জিলালৈ
গৰমৰ পৰা সকাহ পাবলৈ আপুনিও আইচক্ৰীম খায় নেকি ? আইচক্ৰীমে নষ্ট কৰিব পাৰে আপোনাৰ স্বাস্থ্য!
ব্ৰহ্মপুত্ৰত বিশ্বৰ সৰ্ববৃহৎ বান্ধ নিৰ্মাণ আৰম্ভ কৰিলে চীনে
ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু এজন আৰক্ষী জোৱানৰ
ৰাছিয়াৰ তেল উদ্যোগৰ বিৰুদ্ধে নতুন নিষেধাজ্ঞা ই ইউৰ
মহিলাসকলে ৪০ বছৰৰ পাছত এইবোৰ খাদ্য খাবলৈ আৰম্ভ কৰক
অসম চৰকাৰৰ বিৰুদ্ধে মমতাৰ জেহাদ, মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিবাদ