--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ইজৰাইলৰ বেন গুৰিয়ান আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত সংঘটিত হৈছে এই ঘটনা। বিমানবন্দৰ কৰ্তৃপক্ষৰ এক বিবৃতিত কোৱা হৈছে যে বিমানবন্দৰ কৰ্তৃপক্ষৰ এক বিবৃতিত কোৱা হৈছে যে বিমানখনৰ বাবে বৰ্ডিং গেটত উপনীত হোৱাৰ প্ৰয়াসত দম্পতীয়ে কেঁচুৱাটোক চাইল্ড চিটত থৈ টাৰ্মিনেল ১ৰ নিৰাপত্তা চেকপইণ্টৰ ফালে দৌৰি যায়।

এক অদ্ভুত কাণ্ড ইজৰাইলৰ টেল আভিভৰ এয়াৰপৰ্ট চেক-ইন কাউণ্টাৰৰ। এহাল অচিনাক্ত দম্পতীয়ে বেবী টিকট নোহোৱাকৈ এয়াৰপৰ্ট আহি পোৱাৰ সময়ত নিজৰ কেঁচুৱাটো এৰি থৈ যায়। টিকট নোহোৱাৰ বাবেই অকনো কুণ্ঠাবোধ নকৰাকৈ কেঁচুৱাটো এৰি পলাবলৈ চেষ্টা কৰে। চিএনএনৰ মতে, বেন গুৰিয়ান আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা বেলজিয়ামৰ ব্ৰাছেলছলৈ ৰিয়ান এয়াৰৰ বিমানত চেক ইন কৰি থকা অৱস্থাত দম্পতীহালে নিজৰ কেঁচুৱাটোক এৰি থৈ যায়।

ৰিয়ান এয়াৰৰ এগৰাকী মুখপাত্ৰই চিএনএনক জনোৱা মতে, বেন গুৰিয়ান বিমানবন্দৰৰ চেক-ইন এজেণ্টে বিমানবন্দৰৰ নিৰাপত্তাৰক্ষীৰ সৈতে যোগাযোগ কৰি যাত্ৰীসকলক ঘূৰাই পঠালে।

ৰিয়ান এয়াৰৰ ৱেবছাইট অনুসৰি, ‘অনলাইন বুকিং প্ৰক্ৰিয়াৰ সময়ত কেঁচুৱা এটিক বিমান ৰিজাৰ্ভচনত অন্তৰ্ভুক্ত কৰিব পাৰি।’ বিমান সংস্থাটোৱে প্ৰাপ্তবয়স্কৰ কোলাত কঢ়িয়াই নিয়া শিশুৰ বাবে প্ৰতিখন একমুখী বিমানৰ বাবে ২৭ ডলাৰ লয়। যদি প্ৰাপ্তবয়স্কজনে শিশুটিক আসনত বহি যাত্ৰা কৰাটো বিচাৰে তেন্তে পৃথক ব্যৱস্থা কৰা হয়।

চিএনএনৰ মতে, বিমানবন্দৰ কৰ্তৃপক্ষই এই কথা নিশ্চিত কৰি এক বিবৃতিত কয় যে, “বেলজিয়ামৰ পাছপ’ৰ্ট থকা এহাল দম্পতীয়ে নৱজাতক কঢ়িয়াই অনা শিশুৰ টিকট নোহোৱাকৈ বিমানৰ বাবে টাৰ্মিনেল ১ত উপস্থিত হৈছিল।” নৱজাতকটোক চাইল্ড চিটত এৰি টাৰ্মিনেল ১ ৰ নিৰাপত্তাৰক্ষীৰ চেকপইণ্টৰ ফালে দৌৰি গৈ বিমানখনৰ বাবে বৰ্ডিং গেট পোৱাৰ প্ৰয়াস কৰে দম্পতীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
নগাঁৱত দুই চিলনী চোৰে পইচাৰ বেগ টানি নিবলৈ খোজোতেই দুৰ্ঘটনাত পতিত পিতা-পুত্ৰী
আজি গুৱাহাটীত নৰ্থ ইষ্ট ইউনাইটেডৰ অন্তিম গ্রুপ মেচ
কাকপথৰাত চুৰি কাঁহী-বাতি বিক্ৰী কৰি ধৰা পৰিল দুই চোৰ; ব্যৱসায়ীৰ সন্ধানত আৰক্ষী
বিয়াৰ এমাহ নহওতেই কৰুণ পৰিণতি! ১৬ মহলাৰ পৰা জঁপিয়াই চৰম সিদ্ধান্ত নৱবিবাহিতাৰ
বজাৰৰ ফেচ স্ক্ৰাব নহয়, ঘৰতেই তৈয়াৰ কৰি লওক প্ৰাকৃতিক ফেচ স্ক্ৰাব
হৰমুজ প্রণালীক লৈ আমেৰিকাক চৰ্ত আৰোপ ইৰানৰ; গুৰুত্বপূৰ্ণ জলপথটোৰ মুকলিত পুনৰ অনিশ্চয়তা
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ