--°C
Loading...
Listen to Article
2 min read
80%
২৮ ফেব্ৰুৱাৰী,২০২২,সোমবাৰ মেষ ৰাশি- খং নিয়ন্ত্ৰণ কৰক। শিক্ষাৰ ক্ষেত্ৰত অগ্ৰগতি। ভাতৃ-ভগ্নীৰ মিলা-প্ৰীতি বাঢ়িব।খৰচ বৃদ্ধি। স্বাস্থ্যৰ প্ৰতি নজৰ ৰাখক। বৃষ ৰাশি- কামত সফলতা। স্বভাৱ খিংখিঙীয়া হ'ব। স্বাস্থ্যত ধ্যান দিয়ক। ভাল খবৰ পাব। মিথুন ৰাশি- কথা বতৰাত মাৰ্জিত হওক। মানসিক অশান্তি বৃদ্ধি। খৰচ বৃদ্ধি। কামত ভাতৃৰ সহযোগ। পৰিয়ালৰ শুভ। কৰ্কট ৰাশি- আত্মবিশ্বাস বৃদ্ধি। কৰ্মক্ষেত্ৰত প্ৰশংসা। ভ্ৰমণৰ সম্ভাৱনা। জুই আৰু পানীৰ পৰা আঁতৰত থাকক । সিংহ ৰাশি- খং বৃদ্ধি। শিক্ষাত সফলতা। নিজৰ লগতে পিতৃৰো স্বাস্থ্যৰ প্ৰতি নজৰ ৰাখক। ঘৰলৈ আলহী আহিব। কন্যা ৰাশি- মানসিক শান্তি বৃদ্ধি। নেতিবাচক চিন্তা দূৰ হব। খৰচ বৃদ্ধি। জীৱনসংগীৰ স্বাস্থ্যই চিন্তাত পেলাব। মন পছন্দৰ খাদ্য খাবলৈ পাব। তুলা ৰাশি- শিক্ষাত বাধা। বন্ধুবৰ্গৰ আগমন। স্বাস্থ্যই আমনি কৰিব। কৰ্মক্ষেত্ৰত হতাশা। পৰিয়ালত কাজিয়াৰ সম্ভাৱনা। বৃশ্চিক ৰাশি- মন অশান্ত থাকিব। প্ৰেমত তৰ্কাতৰ্কি। আয় বৃদ্ধি পাব। শিক্ষাত উন্নতি। সন্তানৰ স্বাস্থ্যৰ প্ৰতি নজৰ ৰাখক। ধনু ৰাশি- বন্ধুয়ে মন ভাল লগাব। বিবাহৰ সংযোগ। নতুন উপহাৰ লাভ কৰিব। কৰি ভাল পোৱা কামৰ যোগে প্ৰশংসা পাব। মকৰ ৰাশি- আশাৰে মন ভৰি থাকিব। প্ৰেমত শুভ। কৰ্মক্ষেত্ৰত ভাল ফল লাভ কৰিব। বেমাৰ আঁতৰিব। মাতৃৰ শুভ। কুম্ভ ৰাশি- স্বাস্থ্যৰ প্ৰতি নজৰ ৰাখক। ব্যৱসায়ৰ দিশত উন্নতি। খৰচ বাঢ়িব। বাহিৰা বস্তু খোৱাৰ পৰা বিৰত থাকক। মীন ৰাশি- মানসিক শান্তি অটুট থাকিব। পাৰিবাৰিক আনন্দ বৃদ্ধি। যান-বাহন চলাওঁতে সাৱধান। স্বাস্থ্যক লৈ কিছু চিন্তা থাকিব। প্ৰিয়জনৰ সংগ লাভ । আৰু পঢ়কঃ ইজনৰ পাছত সিজনৰ সৈতে সম্পৰ্ক!চিআৰপিএফ জোৱানৰ পত্নীক হত্যা অবৈধ প্ৰেমিকৰ

FOLLOW US F
POPULAR
FEATURE
TRENDY
চৌদিশে দুর্গোৎসৱৰ প্রস্তুতি, ব্যস্ততা বাঢ়িছে খনিকৰৰ
শোণিতপুৰত মৰ্মান্তিক দুৰ্ঘটনা; জিয়াভৰলী নৈৰ চাপৰিত ট্ৰেক্টৰ বাগৰি মৃত্যু পিতা-পুত্ৰৰ
বিশ্বৰ ভিতৰত চতুৰ্থ ভাৰ: AI চালিত কৃত্রিম উপগ্রহ মহাকাশলৈ সফলতাৰে উৎক্ষেপণ
সাহসী পাইলট স্মিত মাচ্চাৰৰ প্ৰশংসাত পঞ্চমুখ ছলমান খান
ৰঙিয়াৰ দশম শ্ৰেণীৰ ছাত্ৰী তানাজ শইকীয়ালৈ ‘লেগেচি অৱ লিটাৰেচাৰ এৱাৰ্ড’
হাইলাকান্দিত পুনৰ জব্দ ৬০ লাখ টকাৰ য়াবা টেবলেট; দুজনক গ্ৰেপ্তাৰ
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা