--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতৰ সৰ্ববৃহৎ সৌন্দৰ্য্য প্ৰতিযোগিতা ‘ফেমিনা মিছ ইণ্ডিয়া ২০২৪’ৰ বিজয়ীৰ খিতাপ অৰ্জন কৰিছে নিকিতা পোৰৱালে। দেশৰ ২৯ গৰাকী সুন্দৰীক পাছপেলাই খিতাপ নিজৰ নামত কৰিছে সুন্দৰীগৰাকীয়ে। শিৰত মিছ ইণ্ডিয়াৰ মুকুট পিন্ধি সুখী নিকিতা পোৰৱাল৷

সংবাদমাধ্যম আগত কয় যে ‘এয়া কেৱল সুন্দৰীগৰাকীৰ সপোন নহয়, এই সপোনৰ আঁৰত আছে তেওঁৰ লগতে পিতৃ-মাতৃৰ কঠোৰ পৰিশ্ৰম। লগতে  কয় ইয়াৰ পূৰ্বে উজ্জয়িনীৰ পৰা কোনোৱে মিছ ইণ্ডিয়াৰ খিতাপ লাভ কৰা নাই। আৰু ইয়াত পৰামৰ্শ দিবলৈও কোনো নাই। কিন্তু, আপুনি এবাৰ সিদ্ধান্ত ল’লে, সকলো পথ মুকলি হয় বুলি মন্তব্য কৰে নিকিতা পোৰৱাল

সপোন দেখিলে এই সপোন পূৰণ কৰিব নোৱাৰাৰ নিশ্চয় কোনো কাৰণ নাই ন্জৰ ইচ্ছা শক্তিয়ে মূল৷ আৰু যেতিয়া আপুনি দৃঢ়প্ৰতিজ্ঞ হয় তেতিয়া আপোনাক কোনো শক্তিয়ে বাধা দিব নোৱাৰে বুলি মত প্ৰকাশ কৰে৷

ইয়াৰোপৰি এইবৰ্ষৰ আগষ্ট মাহত ফেমিনা মিছ ইণ্ডিয়া মধ্যপ্ৰদেশৰ খিতাপো লাভ কৰিছিল নিকিতা পোৰৱালে। মিছ ইণ্ডিয়া নিকিতা পোৰৱাল স্নাতক ডিগ্ৰীধাৰী হোৱাৰ লগতে নাটক, চিত্ৰকলা, লিখাৰ প্ৰতিও অনুৰাগ আছে তেওঁঁৰ। নাট্যক্ষেত্ৰত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰিছে সুন্দৰীগৰাকীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
'নাৰী শক্তি বন্দন' বিধেয়ক আমাৰ আন্তৰিকতাপূর্ণ প্ৰয়াস আছিল, বিৰোধীয়ে চূর্ণ-বিচূর্ণ কৰিলে নাৰীৰ সপোন: প্রধানমন্ত্রী
দুখন ভাৰতীয় জাহাজত ইৰানী নৌ সেনাৰ আক্ৰমণ; হৰমুজ প্ৰণালী পুনৰ বন্ধ কৰিলে ইৰানে
T-20 বিশ্ব কাপত মেচ ফিক্সিঙৰ অভিযোগ; দুর্নীতি নিবাৰক শাখাৰ তদন্ত আৰম্ভ
ৰাছিয়াৰ পৰা খাৰুৱা তেল আৰু এল পি জি ক্রয় অব্যাহত ৰাখিব ভাৰতে
বিশ্বৰ জনপ্ৰিয় নেতাৰ তালিকাৰ শীৰ্ষত পুনৰ মোদী, দশম স্থানত ড’নাল্ড ট্রাম্প
আজি অক্ষয় তৃতীয়া; কি কৰিব লাগে আৰু কি কৰিব নালাগে জানো আহক
জুবিনবিহীন বিহু মঞ্চত গীত গাবলৈ সাজু শিল্পী
মহাকাশ বিজ্ঞানত নতুন ইতিহাস: চন্দ্ৰৰ কক্ষপথ ভ্ৰমণ কৰি পৃথিৱীলৈ সুৰক্ষিত প্ৰত্যাৱৰ্তন নাছাৰ ৪ মহাকাশচাৰীৰ
বিহুৰ বতৰত অসমীয়ালৈ উপহাৰ: ২০ বছৰ আগৰ জুবিনক পুনৰ লগ পাব অনুৰাগীয়ে
৩ খন সফল আইপিএল মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ এচিএৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা
অসমৰ বজাৰলৈ কলকাতাৰ ঢোল, গামোচাৰ পাছত এইবাৰ অন্য এক জাতীয় সম্পদক লৈ বাহিৰৰ বণিয়াৰ বেপাৰ
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত নতুন প্ৰজাতিৰ গেকো আৱিষ্কাৰ: ৰাজ্যৰ জীৱ-বৈচিত্র্যৰ ভঁৰাললৈ অন্য এক সংযোজন
গৰু বিহুৰ দিনা একাংশ মানুহে কিয় খায় আমৰলি পৰুৱাৰ টোপ? জানো আহক
পাৱাৰলুমৰ গামোচাৰে ভৰিছে ৰাজ্যৰ বজাৰ