--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তাহানিৰ দিনৰে পৰাই সুগন্ধই মানুহক আকৰ্ষণ কৰি আহিছে। দুৰ্গন্ধই যিদৰে মানুহৰ মন বিষাক্ত কৰি তোলে, সুগন্ধই আকৌ ইয়াৰ বিপৰীতে মানুহৰ মন সতেজ তথা প্রফুল্লিত কৰি তোলে। সেইবাবে ফেংছুইয়ে ঘৰত সুগন্ধ বিয়পাই দিব পৰা ধূপৰ ব্যৱহাৰ কৰিবলৈ বিধান দিছে। ধূপ হৈছে সকলো শুভ ফলৰ প্ৰতীক। ধূপে বিলাই দিয়া সুগন্ধই ঘৰৰ পৰিৱেশ সুন্দৰ কৰি তোলে।

 ইয়াৰ উপৰি ধূপৰ পৰা নিৰ্গত ধোঁৱাই ঘৰৰ ভিতৰত থকা অশুভ শক্তিক ঘৰৰ বাহিৰ কৰি দিব পাৰে। সেইবাবে নিতৌ পুৱা-গধূলি ধূপ জ্বলাব লাগে। ঘৰৰ পৰিৱেশটো কিবা কাৰণত গোমা হৈ থাকিলেও সেই পৰিৱেশ সলনি কৰাৰ বাবে ধূপ জ্বলাব পাৰি। 

ফেংছুইৰ মতে ঘৰৰ চুকবোৰত অশুভ শক্তিয়ে বাহ বান্ধে। সেয়ে তেনে অশুভ শক্তিক ঘৰৰ বাহিৰ কৰি দিবলৈ ধূপ জ্বলাব লাগে। ধূপৰ সুগন্ধই তেনে অশুভ শক্তিসমূহৰ প্ৰভাৱ নাশ কৰি ঘৰলৈ সুখ-শান্তি আনি দিব পাৰে ।








FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস