--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ফেংছুইৰ মতে ধূপে দূৰ কৰে সকলো অশুভ শক্তি। ঘৰৰ ভিতৰত নানান কাৰণত অশুভ শক্তিয়ে প্ৰৱেশ কৰিব পাৰে। তেনে অশুভ শক্তিক ঘৰৰ বাহিৰলৈ উলিয়াই পঠিওৱাত সহায় কৰে ধূপ আৰু সুগন্ধিয়ে।তাহানিৰ দিনৰে পৰাই সুগন্ধই মানুহক আকৰ্ষণ কৰি আহিছে। দুৰ্গন্ধই যিদৰে মানুহৰ মন বিষাক্ত কৰি তোলে, সুগন্ধই আকৌ ইয়াৰ বিপৰীতে মানুহৰ মন সতেজ তথা প্রফুল্লিত কৰি তোলে। 

সেইবাবে ফেংছুইয়ে ঘৰত সুগন্ধ বিয়পাই দিব পৰা ধূপৰ ব্যৱহাৰ কৰিবলৈ বিধান দিছে। ধূপ হৈছে সকলো শুভ ফলৰ প্ৰতীক। ধূপে বিলাই দিয়া সুগন্ধই ঘৰৰ পৰিৱেশ সুন্দৰ কৰি তোলে।

 ইয়াৰ উপৰি ধূপৰ পৰা নিৰ্গত ধোঁৱাই ঘৰৰ ভিতৰত থকা অশুভ শক্তিক ঘৰৰ বাহিৰ কৰি দিব পাৰে। সেইবাবে নিতৌ পুৱা-গধূলি ধূপ জ্বলাব লাগে। ঘৰৰ পৰিৱেশটো কিবা কাৰণত গোমা হৈ থাকিলেও সেই পৰিৱেশ সলনি কৰাৰ বাবে ধূপ জ্বলাব পাৰি। 


ফেংছুইৰ মতে ঘৰৰ চুকবোৰত অশুভ শক্তিয়ে বাহ বান্ধে। সেয়ে তেনে অশুভ শক্তিক ঘৰৰ বাহিৰ কৰি দিবলৈ ধূপ জ্বলাব লাগে। ধূপৰ সুগন্ধই তেনে অশুভ শক্তিসমূহৰ প্ৰভাৱ নাশ কৰি ঘৰলৈ সুখ-শান্তি আনি দিব পাৰে ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ