--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সুখ-সম্পদ   বৃদ্ধিৰ বাবে ঘৰত কেতবোৰ মাংগলিক চিহ্ন ৰাখিব পাৰি। ফেঁছুইৰ মতেও সুখৰ বাবে ঘৰত  সদায় মাংগলিক প্ৰতীক ব্যৱহাৰ কৰিব লাগে। এনে মাংগলিক প্রতীকসমূহৰ পৰা অনবৰতে একধৰণৰ শুভ শক্তি নির্গত হৈ থাকে। যি শুভ শক্তিয়ে ঘৰৰ অশুভ শক্তিক পৰাভূত কৰে। ফলত গৃহস্থৰ শান্তি বৃদ্ধি পোৱাৰ লগতে ধন-সম্পদ আদিও বৃদ্ধি পায়।

 ভাৰতবৰ্ষৰ দৰে দেশৰ বহু লোকে স্বস্তিক চিহ্ন অথবা ঔ চিহ্নক মাংগলিক প্রতীক হিচাপে গণ্য কৰি আহিছে। সেইবাবেই বহুতে স্বস্তিক চিহ্ন বা ওঁ চিহ্ন ঘৰত আঁৰি থয়। কেৱল ভাৰতবৰ্ষতে নহয় চীনকে ধৰি বিশ্বৰ বিভিন্ন দেশত মানুহে মাংগলিক চিহ্ন হিচাপে বিভিন্ন ধৰণৰ প্ৰতীক ঘৰত আঁৰি থয়।

 চীনত কাঠৰ টুকুৰা অথবা ধাতুৰ খণ্ডৰে এনেধৰণৰ মাংগলিক চিহ্ন ব্যৱহাৰ কৰি অহা হৈছে। স্বস্তিক চিহ্ন, ওঁ আৰু ত্ৰিশূল একেলগে স্থাপন কৰিলে সেই ঘৰত সুখ-শান্তি বৃদ্ধি পায়। ঘৰৰ মুখ্য দুৱাৰৰ দুইফালে অথবা মাজভাগত মাংগলিক প্ৰতীক ৰাখিব পাৰি ।

একেদৰে ব্যৱহাৰ কৰা ডায়েৰী, বেগ আদিত মাংগলিক চিহ্ন লগাই ল'ব পাৰি । ৰুমাল আদিত সুতাৰে মাংগলিক চিহ্ন তৈয়াৰ কৰি লগত ৰাখিলে সদায় শুভ শক্তিয়ে ক্ৰিয়া কৰি থাকিব আৰু বহু আপদ-বিপদৰ পৰা ৰক্ষা পৰিব পৰা যাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
জুবিন গাৰ্গৰ অতি জনপ্ৰিয় ২৫ টা গীত নিৰ্ধাৰণ; নতুন অসমীয়া ছবি ‘১৮ নৱেম্বৰ’ৰ গীতৰ অডিচন আৰম্ভ
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement