--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঘৰত সদায় মাংগলিক প্ৰতীক ব্যৱহাৰ কৰিব লাগে। এনে মাংগলিক প্রতীকসমূহৰ পৰা অনবৰতে একধৰণৰ শুভ শক্তি নির্গত হৈ থাকে। যি শুভ শক্তিয়ে ঘৰৰ অশুভ শক্তিক পৰাভূত কৰে। ফলত গৃহস্থৰ শান্তি বৃদ্ধি পোৱাৰ লগতে ধন-সম্পদ আদিও বৃদ্ধি পায়।

 ভাৰতবৰ্ষৰ দৰে দেশৰ বহু লোকে স্বস্তিক চিহ্ন অথবা ঔ চিহ্নক মাংগলিক প্রতীক হিচাপে গণ্য কৰি আহিছে। সেইবাবেই বহুতে স্বস্তিক চিহ্ন বা ওঁ চিহ্ন ঘৰত আঁৰি থয়। কেৱল ভাৰতবৰ্ষতে নহয় চীনকে ধৰি বিশ্বৰ বিভিন্ন দেশত মানুহে মাংগলিক চিহ্ন হিচাপে বিভিন্ন ধৰণৰ প্ৰতীক ঘৰত আঁৰি থয়।

 চীনত কাঠৰ টুকুৰা অথবা ধাতুৰ খণ্ডৰে এনেধৰণৰ মাংগলিক চিহ্ন ব্যৱহাৰ কৰি অহা হৈছে। স্বস্তিক চিহ্ন, ওঁ আৰু ত্ৰিশূল একেলগে স্থাপনকৰিলে সেই ঘৰত সুখ-শান্তি বৃদ্ধি পায়। ঘৰৰ মুখ্য দুৱাৰৰ দুইফালে অথবা মাজভাগত মাংগলিক প্ৰতীক ৰাখিব পাৰি ।

একেদৰে ব্যৱহাৰ কৰা ডায়েৰী, বেগ আদিত মাংগলিক চিহ্ন লগাই ল'ব পাৰি । ৰুমাল আদিত সুতাৰে মাংগলিক চিহ্ন তৈয়াৰ কৰি লগত ৰাখিলে সদায় শুভ শক্তিয়ে ক্ৰিয়া কৰি থাকিব আৰু বহু আপদ-বিপদৰ পৰা ৰক্ষা পৰিব পৰা যাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ