--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃফেংছুইৰ মতে নিমখ হৈছে সৌভাগ্যৰ প্ৰতীক। নিমখে ঘৰৰ ভিতৰৰ ঋণাত্মক শক্তিক নাশ কৰি ধনাত্মক শক্তি সঞ্চাৰ কৰাত সহায় কৰে। নিমখ হৈছে এক উৎকৃষ্ট বীজাণুনাশক। নিমখে সেয়ে ঘৰৰ অশুভ শক্তিসমূহ শোষণ কৰি ঘৰত শুভ শক্তিৰ প্রভাৱ বিস্তাৰ কৰাত সহায় কৰে। 

বীজাণুনাশক হোৱাৰ বাবেই নিমখ মিহলি পানীৰে ঘৰৰ মজিয়া আদি সদায় মচিলে বিভিন্ন ৰোগ-ব্যাধিৰ পৰা হাত সাৰি থাকিব পাৰি ৷নিমখে পৰিৱেশ প্ৰদূষণো ভালেখিনি দূৰ কৰে। ঘৰৰ মজিয়া মচিবৰ সময়ত পাঁচ চামুচ নিমখ পানীত মিহলি কৰি সেই পানীৰে ঘৰৰ মজিয়া পাৰিলে দিনত দুবাৰ অথবা কমেও এবাৰ মচিব লাগে। 

ঘৰৰ স্নানাগাৰ, শৌচাগাৰ আদিৰ পৰিৱেশ সুন্দৰ কৰি ৰাখিবলৈ স্নানাগাৰ অথবা শৌচাগাৰৰ খিৰিকীত নিমখৰ টোপোলা ৰাখিব লাগে। স্নানাগাৰ-শৌচাগাৰ আদিত নিশাৰ ভাগত নিমখ ছটিয়াই থ'লে বিভিন্ন অশুভ শক্তি নিষ্ক্রিয় হৈ পৰে । স্নানাগাৰ, শৌচাগাৰত টোপোলা কৰি ৰখা নিমখ মাজে সময়ে সলনি কৰি থাকিব লাগে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ