--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ফতেহপুৰত এহাল বৃদ্ধ দম্পতীয়ে এঘণ্টাৰ ভিতৰতে প্ৰাণ ত্যাগ কৰিছে। পৰিয়াল তথা স্থানীয় লোকে তেওঁলোক দুয়োৰে মৃতদেহ  একেখন চিতাতে তুলি অন্তিম সংস্কাৰ কৰে৷ 

উঞ্চা গাঁৱৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যাপক বিবেক গৌৰৰ মাতৃ ভাগৱতী দেৱীয়ে (৮৮) ঘৰত শেষ নিশ্বাস ত্যাগ কৰে।

যেতিয়া তেওঁ তেওঁৰ বৃদ্ধা মাতৃৰ অন্ত্যেষ্টিক্ৰিয়াৰ বাবে প্ৰস্তুতি চলাই আছিল, তেতিয়াই তেওঁৰ পিতৃ  চান্দিৰাম শৰ্মাৰো মৃত্যু ঘটে৷   বৃদ্ধগৰাকীৰ  বয়স ৯০ বছৰতকৈও অধিক আছিল। পিছত দুয়োৰে মৃতদেহ স্থানীয় লোকে বেণ্ড বজাই শ্মশানলৈ নিয়ে আৰু অন্তিম সংস্কাৰ কৰে৷ পত্নীয়ে মৃত্যুবৰণ কৰাৰ প্ৰায় ৪০ মিনিট পিছত স্বামীয়েও মৃত্যুবৰণ কৰাৰ ঘটনাই বহুতকে আচৰিত কৰি তুলিছে৷ পতি-পত্নীৰ এনে মৃত্যুৱে দুয়োৰে মাজত থকা মৰমকেই প্ৰতিফলিত কৰা বুলি বহুতে মন্তব্য কৰিছে৷ 


FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement