--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উৰ্ফি জাভেদৰ জীৱনত নতুন সমস্যা। উৰ্ফি জাভেদে প্ৰায়ে নিজৰ পোছাকৰ বাবে শিৰোনাম দখল কৰে। ছ’চিয়েল মিডিয়াত তেওঁৰ অদ্ভূত সাজ-পোছাকে মানুহক ইমানেই স্তম্ভিত কৰিছিল যে অতি কম সময়ৰ ভিতৰতে তেওঁ ভাইৰেল হৈ পৰিছিল। 

কাটাৰত বৰ্তমান ফিফা বিশ্বকাপ চলি আছে। কাটাৰলৈ অন্য দেশৰ পৰা অহা নাগৰিকৰ বাবে পোছাকৰ প্ৰতিবন্ধকতা লগোৱা আছে। কোৱা হৈছে কাটাৰলৈ অহা কোনো মানুহেই চুটি পোছাক আৰু দেহা প্ৰদৰ্শন কৰা কাপোৰ পিন্ধিব নোৱাৰিব। 

কাটাৰত অনুষ্ঠিত হৈ থকা বিশ্বকাপৰ বাবে উৰ্ফীয়ে নাপালে ভিছা! ইয়াৰ কাৰণ পাছে কাপোৰ নহয়। অন্য এটা কাৰণতহে উৰ্ফীৰ কাটাৰলৈ যোৱাৰ হেঁপাহ পূৰণ নহ’ল।

শেহতীয়াকৈ কাটাৰত প্ৰৱেশৰ নিয়মো সলনি হোৱাৰ পিছত ভ্ৰমণ নিষেধাজ্ঞাৰ আশংকা কৰিছে অভিনেত্ৰীগৰাকীয়ে। য’ত উপাধি নিলিখা ব্যক্তিক অগ্ৰাহ্যযোগ্য বুলি গণ্য কৰা হ’ব’।

উৰ্ফীয়ে নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত এটা নিউজ ৰিপ’ৰ্ট শ্বেয়াৰ কৰি প্ৰকাশ কৰে যে তেওঁৰ পাছপ’ৰ্টত তেওঁৰ একক নাম উৰ্ফি আছে। পাছপ’ৰ্টত জাভেদ উপাধিটো নাই।

চিন্তিত হৈ উৰ্ফীয়ে লিখিলে, "মোৰ চৰকাৰী নামটো কেৱল উৰ্ফি, কোনো উপাধি নাই। এতিয়া মোৰ খং উঠিছে।"

২১ নৱেম্বৰত একাংশ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে প্ৰকাশ কৰিছিল যে এটা নামৰ পাছপ’ৰ্টধাৰীক কাটাৰে গ্ৰহণ নকৰে।

এক বিবৃতিত কোৱা হৈছে যে, "এটা নাম (শব্দ) থকা কোনো পাছপ'ৰ্টধাৰীক ইউ এ ইত প্ৰৱেশৰ অনুমতি দিয়া নহ'ব আৰু যাত্ৰীজনক আইএনএডি হিচাপে গণ্য কৰা হ'ব। " এই নিয়ম কেৱল পৰ্যটন ভিছাৰ ক্ষেত্ৰতহে প্ৰযোজ্য।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক