--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : গ্ৰীষ্মকালত ফলৰে বজাৰ উভৈনদী হৈ পৰে। তাৰ সমান্তৰালকৈ আম এই সময়ছোৱাত প্ৰচুৰ পৰিমাণে পোৱা যায়। আমত আঁহ, খনিজ পদাৰ্থ আৰু বহু ধৰণৰ ভিটামিন থাকে বাবে ই স্বাস্থ্যৰ বাবে অতি উপকাৰী। গতিকে ফলৰ লগতে ভিটামিনৰো ৰজাৰ আমৰ বিষয়ে কিছু কথা জানো আহক।

 

আম হৈছে ভিটামিনৰ ৰজা। কাৰণ আমত ৫ প্ৰকাৰৰ ভিটামিন একেলগে পোৱা যায়।

১. ভিটামিন-চি সৰ্বাধিক পৰিমাণত পোৱা যায়। যিটো ৫০%।

২. ৮% ভিটামিন-বি (ভিট বি)

৩ ৮% ভিটামিন-এ (Vit A)

৪. ৬% ভিটামিন-ই (Vit E)

৫. ৪% ভিটামিন-কে (Vit K) পোৱা যায়।

 

আমত আঁহ, আইৰণ, ছ’ডিয়াম, কেলচিয়াম আৰু পটাছিয়াম থাকে। ইয়াৰ উপৰি ই আঁহযুক্ত ফল যিয়ে যিকোনো সমস্যা সমাধানত কৰাত সহায় কৰে। ইয়াৰ লগতে বহু ধৰণৰ এন্টিঅক্সিডেন্ট আছে যিয়ে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰি বহু ধৰণৰ ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে।

 

ইয়াৰ উপৰি আমত থকা কেলচিয়াম হাড়ৰ বাবে উপকাৰী। একে সময়তে ইয়াত থকা পটাছিয়ামে ৰক্তবাহী নলী সম্প্ৰসাৰণ কৰি ৰক্ত সঞ্চালন উন্নত কৰাত সহায় কৰে। ইয়াৰ উপৰি হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবেও উপকাৰী হোৱাৰ লগতে চকুৰ বাবেও সমানেই লাভজনক।




আৰু পঢ়ক : এজন সন্তানহীন ব্যক্তিৰ বিশেষ সিদ্ধান্তঃ মুক্তহস্তে সমস্ত সম্পত্তি দান কৰিলে মাজুলিৰ দক্ষিণপাট সত্ৰলৈ













FOLLOW US F
POPULAR
FEATURE
TRENDY
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ