--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • তেওঁৰ মন্ত্রীসভাত পূৰ্বৰ মন্ত্ৰীসকলৰ প্ৰায়ভাগকেই বাহাল ৰখাৰ বাবে সোঁপন্থী মিত্র দলসমূহৰ পৰা হেঁচাৰ সন্মুখীন হোৱাৰ লগতে লেকাৰ্নুৰ চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ উত্থাপনৰো ভাবুকি দিয়া হৈছিল।

ডিজিটেল ডেস্ক : ফ্ৰান্সৰ প্রধানমন্ত্রী ছেবাষ্টিয়েন লেকাৰ্নুৱে সোমবাৰে পদত্যাগ কৰে। তেওঁৰ নতুন কেবিনেটে বিতর্কত সোমাই পৰাৰ এদিনৰ পাছতেই যোৱা মাহত দেশখনৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্রনে নিযুক্ত কৰা প্রধানমন্ত্রীজনে পদত্যাগ কৰে। বিগত ২ বছৰত পদত্যাগ কৰা লেকাৰ্নু হৈছে ফ্ৰান্সৰ পঞ্চমগৰাকী প্রধানমন্ত্রী।


তেওঁৰ পদত্যাগৰ লগে লগে ক্ষমতাত মাত্র ২৭ দিন থাকি লেকাৰ্নুৱে ফ্রান্সৰ আটাইতকৈ কম দিনৰ প্রধানমন্ত্রী হিচাপে অভিলেখ গঢ়ে।


তেওঁৰ মন্ত্রীসভাত পূৰ্বৰ মন্ত্ৰীসকলৰ প্ৰায়ভাগকেই বাহাল ৰখাৰ বাবে সোঁপন্থী মিত্র দলসমূহৰ পৰা হেঁচাৰ সন্মুখীন হোৱাৰ লগতে লেকাৰ্নুৰ চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ উত্থাপনৰো ভাবুকি দিয়া হৈছিল। ৩৯ বছৰীয়া লেকাৰ্নুৱে ইয়াৰ পূৰ্বে ফ্ৰান্সৰ প্ৰতিৰক্ষা মন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।


উৎস: দৈনিক জনমভূমি





FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ