--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জীৱ-জন্তুক শান্তিৰে থাকিব দিয়াটো সকলোৰে কৰ্তব্য। কেতিয়াবা জন্তুক অশান্তি দি বহুতেই বহু অঘটনৰ সন্মুখীন হৈছে। বনৰজাই নিজৰ  পৰিসৰৰ ভিতৰতে খোজকাঢ়ি আছিল। সেই সময়তে  পৰ্যটকসকলে বনৰজাৰ কাষতে ভিৰ কৰিছিল। গৰালত বন্দী বনৰজাকলৈ বহুত তামাছা কৰিবলৈ আৰম্ভ কৰিছিল।

পৰ্যটকসকলে  পশুৰাজৰ সৈতে ফটো তোলাত ব্যস্ত হৈ পৰিছিল।কিছুমানে চেলফি লৈ আছিল, কিছুমানে পশুৰাজৰ ৰাজকীয় খোজকঢ়া দৃশ্যৰ চিত্ৰগ্ৰহণ কৰি আছিল। পৰ্যটকসকলে আনন্দত ফটো  উঠি আছিল।   পিঞ্জৰাত বন্দী হৈ থকা বনৰজা যেন অতিষ্ঠ হৈ পৰিছিল।

 হয়তো বনৰজাই ইমান হুলস্থুল ভাল পোৱা নাছিল।সেয়ে বনৰজাই হঠাতে পৰ্যটকসকলৰ ওচৰলৈ আহিল  আৰু তেওঁলোকৰ ওপৰতে প্ৰস্ৰাৱ কৰি দিলে। 




পৰ্যটকসকলে এনে পৰিস্থিতিৰ সন্মুখীন হ’ব বুলি ভুলতো ভাবিব পৰা নাছিল।বনৰজাৰ প্ৰস্বাৱ গাত চিটিকি পৰাৰ পিছতে বহু পৰ্যটক পিচুৱাই আহিস। ঘটনাটো ত্ৰিপুৰাৰ চিপাহিজালা বন্যপ্ৰাণী অভয়াৰণ্যৰ বুলি ছ’চিয়েল মিডিয়াত দাবী কৰা হৈছে । ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা ভিডিঅ’টোৱে বহুতোকে আমোদ দিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক