--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰেমিকৰ সৈতে বিদেশ ভ্ৰমণ কৰি থাকোঁতে যুৱতীগৰাকীয়ে আন এজন যুৱকৰ প্ৰেমত পৰিল, আৰু অৱশেষত বিয়াও পাতিলে। ২৮ বছৰীয়া মহিলাগৰাকীৰ নাম কাৰা। প্ৰেমিক, বন্ধু আৰু ভনীয়েকৰ সৈতে আমেৰিকাৰ ফ্ল’ৰিডালৈ ছুটীত গৈছিল। তাত তেওঁ জেমছৰ লগত কথা পাতিলে। জেমছেও বন্ধু-বান্ধৱীৰ সৈতে ছুটীত ফ্ল’ৰিডালৈ গৈছিল। প্ৰেমিকৰ লগত থাকিলেও জেমছক দেখা পাই কাৰাই ভাল পায়।

কাৰাৰ দলৰ লগত কথা পতাৰ পিছত জেমছ আৰু তেওঁৰ সংগীসকলে একেলগে সময় কটাবলৈ আৰম্ভ কৰিলে। কাৰাই কয়, “জেমছৰ চকু আৰু হাঁহিটোৱে মোক মুগ্ধ কৰি তুলিছিল। কথা-বতৰাৰ পিছত গম পালোঁ যে তেওঁৰ লগত মোৰ ভাল মিল আছে। মোৰ দেউতা এজন ব্ৰেক ডান্সাৰ। তেওঁ মোক নৃত্য শিকাইছিল। দেউতাৰ দৰে ভাল নৃত্যশিল্পী মই খুব কমেইহে দেখিছো। কিন্তু জেমছৰ নৃত্যই মোক আচৰিত কৰি তুলিলে।''

প্ৰথম কথা পতাৰ অন্তত সিহঁতে ইজনে সিজনৰ নম্বৰ লৈ গ'ল। প্ৰথমে মেছেজ আৰু তাৰ পিছত ফোনত ঘণ্টাৰ পিছত ঘণ্টা কথা-বতৰা। জেমছে ফ্ল’ৰিডাৰ এটা বিলত কাৰাক প্ৰস্তাৱ দিছিল। কাৰাওৱে চিন্তা নকৰাকৈয়ে জেমছৰ প্ৰস্তাৱত সন্মতি দিলে। সেই বছৰতে কাৰা আৰু জেমছৰ বিয়া হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ