--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমেৰিকা যুক্তৰাষ্ট্ৰত সংঘটিত হৈছে এক আচৰিত ঘটনা৷নিউয়ৰ্ক পোষ্টৰ এক প্ৰতিবেদন অনুসৰি বৃহস্পতিবাৰে ফ্ল’ৰিডাৰ এগৰাকী মহিলাই আৰক্ষীৰ টহলদাৰী গাড়ী চুৰি কৰি পলোৱাৰ সময়ত সন্মুখৰ পৰা অহা যান-বাহনৰ সৈতে মুখামুখিকৈ খুন্দা মৰাৰ ফলত নিজৰ আৰু আন দুজন লোককো হত্যা কৰে।


মেৰিয়ান কাউন্টিৰ শ্বেৰিফ বিলি উডছে কয় যে মহিলাগৰাকীয়ে এখন আৰক্ষীৰ বাহন চুৰি কৰি দুজন মানুহক হত্যা কৰিছিল। মেৰিয়ান কাউন্টি শ্বেৰিফৰ কাৰ্যালয়ৰ মতে, ছিলভাৰ স্প্ৰিংছৰ এটা শ্বপিং চেণ্টাৰত ৩৩ বছৰীয়া কেন্দ্ৰা বুন নামৰ এগৰাকী মহিলাই এগৰাকী বৃদ্ধা মহিলাৰ চাবি চুৰি কৰিবলৈ চেষ্টা কৰাৰ অভিযোগত মাতি অনা হৈছিল।


সেই সময়তে এখন গাড়ী লৈ পলায়ন কৰা কেন্দ্ৰাই ভুল পথত প্ৰবেশ কৰে৷সেই সময়তে ঘটনাস্থলীতে এগৰাকী ৭৩ বছৰীয়া পুৰুষ চালক আৰু এগৰাকী ৭২ বছৰীয়া মহিলা যাত্ৰীৰ সৈতে কেন্দ্ৰাৰ মুখামুখি সংঘৰ্ষ হয় আৰু পৰৱৰ্তী সময়ত তিনিওকে মৃত ঘোষণা কৰা হয়। আৰু তৃতীয়জনক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ লৈ যোৱা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ