--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ১৭ বছৰৰ পিছত সলনি হ’ল টুইটাৰৰ ল’গ’। নীলা চৰাইৰ সলনি এতিয়া টুইটাৰৰ ল’গ’ত বাদামী ৰঙৰ বিমূৰ্ত ছবি দেখা গৈছে। টুইটাৰৰ বছ ইলন মাস্কে নিজেই মাইক্ৰ’ব্লগিং চাইটত নতুন ল’গ’টোৰ এখন ছবি পোষ্ট কৰে।

সোমবাৰৰ পৰা টুইটাৰ খুলি ব্যৱহাৰকাৰীয়ে এই নতুন ল’গ’টো চাব পাৰিব। চিনাকি নীলা চৰাইটো হোমপেজৰ পৰা উৰি গৈছে। এটা শিবা ইনু প্ৰজাতিৰ কুকুৰে চৰাইটোৰ ঠাই লৈছে। অৱশ্যে এই কুকুৰটো নেট জগততো যথেষ্ট জনপ্ৰিয়। কুকুৰৰ ছবিখন ড’জক’ইন নামৰ ক্ৰিপ্টোকাৰেন্সীৰ ল’গ’ হিচাপে ব্যৱহাৰ কৰা হয়।




টুইটাৰৰ নতুন লগ’টোক লৈ মাস্কে এটা টুইট কৰিছে৷ তাত এখন ছৱি দেখা গৈছে৷ য’ত এটা কুকুৰে এজন পুলিচ অফিচাৰক নিজৰ পৰিচয় পত্ৰ দেখুৱাই কৈছ যে সেইখন পুৰণি ফটো৷ পুৰণি ফটোৰে টুইটাৰৰ পৰিচিত চৰাইজনীক দেখুওৱৈা হৈছে৷

অৱশ্যে মোবাইলত টুইটাৰ খুলিলে পুৰণি চৰাইৰ ল’গ’টোৱে দেখা যায়। ডেস্কটপ বা লেপটপৰ পৰা খুলিলেহে নতুন ল’গ’টো দেখা যায়। আশে-পাশে প্ৰশ্ন উত্থাপন হৈছে, মাস্কে কিয় আন এটা কোম্পানীৰ ল’গ’ ব্যৱহাৰ কৰিছে? আনহাতে, টুইটাৰৰ ল’গ’ সলনি হোৱাৰ পিছত ড’জক’ইনৰ মাৰ্কেট কেপ ৩০ শতাংশ বৃদ্ধি পাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস