--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : পৰিৱৰ্তিত বতৰত ছালখন নিস্তেজ আৰু নিৰ্জীৱ দেখাবলৈ আৰম্ভ কৰে। ইয়াৰ পৰা হাত সাৰিবলৈ আপুনি বহু ধৰণৰ সামগ্ৰী ব্যৱহাৰ কৰে যিবোৰ ৰাসায়নিক পদাৰ্থৰে ভৰপূৰ, যিয়ে আপোনাৰ ছালৰ ক্ষতি কৰিব পাৰে। সেয়েহে ঘৰুৱা পদ্ধতিৰে কেনেদৰে আপোনাৰ মুখৰ উজ্জ্বলতা বৃদ্ধি কৰিব পাৰি জানি লওক।

 গাখীৰে প্ৰাকৃতিক এক্সফোলিয়েটৰ হিচাপে কাম কৰে। আনহাতে মৌ প্ৰাকৃতিক মইশ্ব’ৰাইজাৰ। সেইবাবেই গাখীৰ আৰু মৌ ফেচপেক ব্যৱহাৰে আপোনাৰ মৰা ছালখন আঁতৰাই কোমল আৰু উজ্জ্বল ছাল পাবলৈ সহায় কৰে, গতিকে জানো আহক গাখীৰ আৰু মৌৰ মুখৰ পেক তৈয়াৰ কৰাৰ পদ্ধতি।

 গাখীৰ আৰু মৌ ফেচপেক বনাবলৈ প্ৰয়োজনীয় উপাদান-

* গাখীৰ ১ চামুচ

* মৌ ১ চামুচ

 এতিয়া গাখীৰ আৰু মৌ ফেচপেক কেনেকৈ বনাব?

এটা বাটি লৈ তাত গাখীৰ আৰু মৌ দি ভালদৰে মিহলাই লওক।

ইয়াৰ পাছত এই মিশ্ৰণখিনি প্ৰয়োগ কৰাৰ আগতে মুখখন ধুই ল’ব লাগে।

ইয়াৰ পাছত এই মিশ্ৰণখিনি ভালদৰে গোটেই মুখত লগাব লাগে।

ইয়াৰ ফলত আপোনাৰ ছালখন পৰিষ্কাৰ হোৱাৰ লগতে ছালৰ কোমলতা বৃদ্ধি কৰে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ