--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৃহস্পতি গ্ৰহক আটাইতকৈ শুভ গ্ৰহ বুলি গণ্য কৰা হয়। যাৰ ওপৰত তেওঁৰ দৃষ্টিশক্তি পৰে, তেওঁলোকে শুভ ফল পাবলৈ আৰম্ভ কৰে। ২০২৩ চনৰ ২২ এপ্ৰিলত মেষ ৰাশিত বৃহস্পতি গ্ৰহ ট্ৰেনজিট হ’ব। এনে পৰিস্থিতিত মানুহৰ ৰাশিচক্ৰত বহুতো পৰিৱৰ্তন হব। তিনিটা ৰাশিৰ জাতক-জাতিকাই বিশেষভাৱে উপকাৰ পাব। 

বৃহস্পতিৰ প্ৰভাৱ

শনিয়ে ডেৰ-দুবছৰত ৰাশি সলনি কৰে, আনহাতে বৃহস্পতি গ্ৰহ এটা ৰাশিৰ পৰা আন এটা ৰাশিলৈ প্ৰায় ১৩ মাহৰ ভিতৰত প্ৰৱেশ কৰে। বৃহস্পতি ধনু আৰু মীন ৰাশিৰ অধিপতি। যিকোনো ৰাশিত বৃহস্পতি যেতিয়াই ট্ৰেনজিট কৰে তেতিয়াই সেই ৰাশিৰ লোকসকলৰ জীৱনত ইয়াৰ গভীৰ প্ৰভাৱ পৰে। ১২ বছৰৰ পাছত বৃহস্পতি মেষ ৰাশিত ট্ৰেনজিট কৰিবলৈ ওলাইছে। ২০২৩ চনৰ ২২ এপ্ৰিলত মেষ ৰাশিত বৃহস্পতিৰ ট্ৰেনজিট হ’ব।

এই তিনিটা ৰাশিয়ে বিশেষ উপকাৰ

১) মেষ ৰাশিঃ বৃহস্পতিৰ ট্ৰেনজিট মেষ ৰাশিৰ প্ৰথম ঘৰত হ’ব। ২২ এপ্ৰিলৰ পৰা বৃহস্পতি গ্ৰহই আপোনালোকৰ বাবে এবছৰৰ বাবে শুভ ফল কঢ়িয়াই আনিব। বৃহস্পতিৰ ট্ৰেনজিটৰ লগে লগে আপোনাৰ অগ্ৰগতি হ’ব। ইয়াৰ ফলত সমাজত আপোনাৰ সন্মানো বৃদ্ধি পাব। বিবাহিত মানুহে এই ৰাশি পৰিৱৰ্তনৰ পৰা ভাল ফলাফল পাব। ধৰ্ম বা কৰ্মৰ বাবে আপুনি হয়তো এক দীঘলীয়া যাত্ৰা হাতত ল’ব পাৰে। ইয়াৰ দ্বাৰা ভৱিষ্যতেও আপোনাৰ উপকাৰ হ’ব।

২) কৰ্কট ৰাশিঃ দেৱগুৰু বৃহস্পতিৰ ট্ৰেনজিট হ’বলৈ গৈ আছে কৰ্মৰ ঘৰত। ইয়াৰ ফলত আপোনাৰ কামত ভাল প্ৰভাৱ পৰিব। চাকৰিত পদোন্নতিৰ সম্ভাৱনা আছে। আপুনি য’ত কাম কৰে তাত আপোনাৰ সন্মান আৰু উপাৰ্জনো বাঢ়িব। ইয়াৰ উপৰিও পূৰ্বপুৰুষৰ সম্পত্তি বৃদ্ধিৰ আশাও আছে।

৩) মীন ৰাশিঃ সকলো কামতে ভাল ফলাফল পাব। এনে পৰিস্থিতিত এজন গুৰুৰ সান্নিধ্যৰ বাবেই আপুনি টকা উপাৰ্জনৰ সুযোগ পাবলৈ গৈ আছে। ব্যৱসায়ত সফল হ’ব আৰু চাৰিওফালে সফলতা লাভ কৰিবলৈ গৈ আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিলাসীপাৰাত ধনৰ লোভত নাবালিকা কন্যাক বিয়া দিবলৈ চেষ্টা কৰাৰ অভিযোগ; নিজ পিতৃৰ বিৰুদ্ধে এজাহাৰ কন্যাৰ
কাজিৰঙাৰ ৰঙাজানত ভয়ংকৰ পথ দুৰ্ঘটনা; তীব্ৰবেগী ট্ৰেভেলাৰ আৰু ট্ৰেইলাৰৰ মুখামুখি সংঘৰ্ষত ২৩ জনৰ মৃত্যু
চিকিৎসকৰ চমৎকাৰ! জন্মৰ এমাহৰ পাছতে অস্ত্ৰোপচাৰৰ জৰিয়তে পিঠিৰ পৰা সংযুক্ত হৈ থকা যমজ ভাতৃক কৰিলে পৃথক
বাটতে ৰৈ আছিল যমদূত; ভয়ংকৰ পথ দুৰ্ঘটনাত পতি-পত্নী আৰু কণমানি দুই সন্তানৰ মৃত্যু
নাটকীয়ভাৱে দৃশ্যপট সলনি হৈছে বিহাৰৰ ৰাজনীতিত! ফাঁট মেলিছে শাসক মিত্রজোঁট NDAত
IPLৰ দল বৃদ্ধি নহয়; স্পষ্ট কৰিলে BCCIৰ সচিব দেৱজিৎ শইকীয়াই
ফেন্সি বজাৰৰ উৰ্বশী বজাৰত এন্দুৰৰ উপদ্ৰৱ আৰু গুৱাহাটী মহানগৰীৰ নিগমৰ জৰিমনা
অসমৰ অৱক্ষয়িত বনভূমি পুনৰুদ্ধাৰত ১৩৪ সংখ্যক ইক’লজিকেল টাস্ক ফ’ৰ্চৰ প্ৰশংসা মুখ্যমন্ত্ৰীৰ
আমিনগাঁৱত প্ৰদূষণকাৰী উদ্যোগ স্থাপনৰ বাবে প্ৰদান কৰা অনুমতি পত্ৰ খাৰিজ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ
কাজিৰঙাত সংঘটিত মৰ্মান্তিক পথ দুৰ্ঘটনাত কুৰিজনৰো অধিক লোকৰ প্ৰাণহানি, শীৰ্ষ নেতাসকলৰ শোক প্ৰকাশ
কাজিৰঙাৰ দুৰ্ঘটনা সন্দৰ্ভত এআইইউডিএফৰ গভীৰ শোক প্ৰকাশ
মহানগৰীত আৰক্ষীৰ কঠোৰ পদক্ষেপ, জনসাধাৰণক আমনি কৰাৰ অভিযোগত আটক ২২ জন তৃতীয় লিংগৰ ব্যক্তি
গুৱাহাটীত আৰম্ভ হ’ল ৰাষ্ট্ৰীয় ফাৰ্মাচী সপ্তাহ ২০২৬
মহানগৰীত ভেণ্ডিং জ’ন স্থাপনৰ পৰিকল্পনাত হেঙাৰ, ফুটপাথত অব্যাহত দখলদাৰী