--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০০৮ চনত মুম্বাইত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰত আৰু পাকিস্তানে দ্বিপাক্ষিক শৃংখলা খেলা নাই। যদিও বিশ্বকাপ, চেম্পিয়নছ ট্ৰফী, এছিয়া কাপৰ দৰে প্ৰতিযোগিতাত ইজনে সিজনৰ মুখামুখি হৈছে, তথাপিও ইখনে সিখন দেশত খেলা নাই। কিছুদিন পূৰ্বে পাকিস্তান ক্ৰিকেট দল ভাৰতলৈ আহিছে বিশ্বকাপ খেলিবলৈ। এনে পৰিস্থিতিত পাকিস্তান ক্ৰিকেট ব’ৰ্ডে ভাৰতীয় ক্ৰিকেট ব’ৰ্ডক দ্বিপাক্ষিক শৃংখলাৰ প্ৰস্তাৱ আগবঢ়ায়।

পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ অধ্যক্ষ জাকা আশ্ৰফে কয়, ‘পাকিস্তানৰ দৰে ভাৰততো ক্ৰিকেট সৰ্বাধিক জনপ্ৰিয়। ভাৰত-পাকিস্তানতকৈ ডাঙৰ মেচ ক্ৰিকেটত নাই বুলি আমি বাৰে বাৰে ভাৰতক কৈ আহিছো। সেয়া এছেছ হওক, বা আন যিকোনো ধাৰাবাহিক হওক। গতিকে মোৰ মতে ভাৰত-পাকিস্তান দ্বিপাক্ষিক ধাৰাবাহিক হ’ব লাগে।’

ইয়াৰ পিছত আশ্ৰফে বিচিচিআইক অফাৰ দিলে। তেওঁ কয়, ‘মই বিচিচিআইক দ্বিপাক্ষিক ধাৰাবাহিকৰ প্ৰস্তাৱ দিছো।ধাৰাবাহিকখনৰ নাম মহাত্মা গান্ধী আৰু মহম্মদ আলী জিন্নাৰ নামেৰে ৰখা উচিত। এই ধাৰাবাহিকখন প্ৰতি বছৰে হওঁক। ভাৰতত এবাৰ খেলিব। এবাৰ পাকিস্তানত। ভাৰতে এই প্ৰস্তাৱ বিবেচনা কৰা উচিত।”






FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ