--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ ঘৰত প্ৰৱেশ কৰিছে এজন নতুন সদস্য। এই সদস্যজন হৈছে এটা কুকুৰ পোৱালি। বিশ্ব পশু দিৱস উপলক্ষে ৰাহুল গান্ধীয়ে মাতৃ ছোনিয়া গান্ধীক জেক ৰাছেল টেৰিয়াৰ জাতৰ এটা কুকুৰ পোৱালি উপহাৰ দিছে।

এই কুকুৰ পোৱালিটোৰ নাম নূৰী ৰখা হৈছে। ৰাহুল গান্ধীয়ে ছ’চিয়েল মিডিয়াত কুকুৰ পোৱালি নুৰীৰ ফটো শ্বেয়াৰ কৰিছে, য’ত ৰাহুল গান্ধীয়ে ছোনিয়া গান্ধীক নুৰী উপহাৰ দিয়া দেখা গৈছে। মাতৃ ছোনিয়া গান্ধীৰ বাবে গোৱাৰ পৰা নূৰীক লৈ আহিছে ৰাহুল গান্ধীয়ে। তেওঁৰ ইউটিউব চেনেলত শ্বেয়াৰ কৰা এটা ভিডিঅ’ত তেওঁ গোৱা ভ্ৰমণৰ বিষয়ে শ্বেয়াৰ কৰে।

ৰাহুল গান্ধীৰ এই গোৱা ভ্ৰমণ আগষ্ট মাহত হৈছিল। এই কুকুৰ পোৱালিটোৰ জাতটো জেক ৰাছেল টেৰিয়াৰৰ এটা জাত। ৰাহুল গান্ধীয়ে এই কুকুৰটো গোৱাৰ এটা কুকুৰ ঘৰৰ পৰা লৈছিল যিটো শৰ্বাণী পিত্ৰে নামৰ এগৰাকী মহিলাই পৰিচালনা কৰে। কোৱা হয় যে এই জাতটো ব্ৰিটেইনৰ এটা বিখ্যাত জাত। ইয়াৰ নামতো এক অনন্য অভিলেখ আছে। ইয়াৰ ওজন ৪-৭ কেজি আৰু উচ্চতা প্ৰায় ২৫ চে.মি. ৰাহুল গান্ধীয়ে বিশেষভাৱে গোৱালৈ গৈছিল পোহনীয়া কুকুৰ এটা কিনিবলৈ। ৰাহুল গান্ধীয়ে কুকুৰক বৰ ভাল পায়। এই কাৰণেই তেওঁ গোৱা ভ্ৰমণৰ সময়ত এই মৰমলগা কুকুৰ পোৱালিটো লৈ আহিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু