--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে ইটানগৰৰ হোলংগীস্থিত গ্ৰীনফিল্ড বিমানবন্দৰক “ডনি প’ল’ বিমানবন্দৰ, ইটানগৰ” হিচাপে নামকৰণত অনুমোদন জনাইছে।

অৰুণাচল প্ৰদেশ ৰাজ্য চৰকাৰে বিমানবন্দৰটোৰ নাম ‘ডনি প’ল’ বিমানবন্দৰ, ইটানগৰ’ হিচাপে প্ৰস্তাৱ গ্ৰহণ কৰিছিল। এই নামে সূৰ্য্য (ডনি) আৰু চন্দ্ৰ (প’ল’) ৰ প্ৰতি জনসাধাৰণৰ শ্ৰদ্ধাৰ প্ৰতিফলনেৰে ৰাজ্যখনৰ পৰম্পৰা আৰু সমৃদ্ধ সাংস্কৃতিক ঐতিহ্যকে সূচিত কৰে।

ভাৰত চৰকাৰে ২০১৯ ৰ জানুৱাৰীত হোলংগী গ্ৰীনফিল্ড বিমানবন্দৰৰ উন্নয়নৰ বাবে ‘নীতিগত’ অনুমোদন জনাইছিল। ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণে (AAI) কেন্দ্ৰীয় চৰকাৰ আৰু অৰুণাচল প্ৰদেশ ৰাজ্য চৰকাৰৰ সহযোগত ৬৪৬ কোটি টকা ব্যয় সাপেক্ষে এই প্ৰকল্পটো নিৰ্মাণ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক