--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০২৪ চনৰ গ্ৰেমী বঁটাৰ বাবে শ্ৰেষ্ঠ গ্ল’বেল মিউজিক পাৰফৰমেন্স শিতানত মনোনীত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গীত। ‘Abundance of Millets’ শীৰ্ষক ট্ৰেকটোত স্বাস্থ্য উপকাৰীতা আৰু শস্যৰ প্ৰচাৰৰ বাবে চৰকাৰে কৰা প্ৰচেষ্টাৰ বিষয়ে কোৱা হৈছে। গীতটিত  কণ্ঠদান কৰিছে ভাৰতীয়-আমেৰিকান গ্ৰেমী বিজয়ী গায়িকা ফালু (ফাল্গুনী শ্বাহ) আৰু তেওঁৰ স্বামী তথা গায়ক গৌৰৱ শ্বাহে।

আৰোজ আফতাব, বিজয় আয়েৰ আৰু শ্বাহজাদ ইছমাইলীৰ ‘শ্বেড’ ফৰ্চেছ’, বুৰ্না বয়ৰ ‘এল’ন’, ডেভিড’ৰ ‘ফিল’, চিলভানা এষ্ট্ৰাডা’ ট্ৰেক ‘মিলাগ্ৰ’ ৱাই ডিজাষ্ট্ৰে’, বেলা ফ্লেক, এডগাৰ মেয়াৰ আৰু জাকিৰ হুছেইনৰ ‘এবুণ্ডেন্স অৱ মিলেটছ’ 'পাষ্টো'ৰ বাবে ৰাকেশ চৌৰাছিয়া, চিমাফাংক আৰু টেংকৰ বাবে ইব্ৰাহিম মালুফ, আৰু বাংগাছৰ 'ট'ড' কল'ৰেছ'ৰ সৃষ্টিও মনোনীত হৈছে। ২০২৩ বৰ্ষটোক ভাৰতে আগবঢ়াই আনি ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থাৰ  ৭৫ সংখ্যক অধিৱেশনৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত এইটি গীতটিৰ কথা উপস্থাপিত হৈছিল।

মঞ্চ পৰিৱেশনত ফালু হিচাপে অধিক পৰিচিত মুম্বাইত জন্মগ্ৰহণ কৰা গায়িকা-গীতিকাৰ ফাল্গুনী শ্বাহ আৰু তেওঁৰ স্বামী তথা গায়ক গৌৰৱ শ্বাহে জুন মাহত মুক্তি দিছিল ‘এবাণ্ডেন্স অৱ মিলেটছ’ শীৰ্ষক গীতটি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ