--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: গেৰুৱা হ’ব বন্দে ভাৰত এক্সপ্ৰেছৰ ৰং৷ নীলাৰ পৰিৱৰ্তে গেৰুৱা হ’ব বন্দে ভাৰত৷ কেন্দ্ৰীয় ৰে’ল মন্ত্ৰণালয়ে সলনি কৰিলে বন্দে ভাৰতৰ ৰং৷ 

ৰঙৰ লগতে ২৫টাকৈ সাল-সলনি কৰা হৈছে বন্দে ভাৰতৰ৷ ত্ৰিৰংগাৰ আধাৰত বন্দে ভাৰতৰ ৰং সলনি কৰা হৈছে বুলি ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে ঘোষণা কৰিছে৷ 

দেশত বৰ্তমান চলি আছে ২৫খন বন্দে ভাৰত ৰে’ল৷ ৰিজাৰ্ভত ৰখা হৈছে দুখন বন্দে ভাৰত এক্সপ্ৰেছ৷ অনাগত দিনত দেশত চলিব ২৮খন বন্দে ভাৰত ৰে’ল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
জুবিন গাৰ্গৰ শেষকৃত্য ক’ত কৰা হ’ব? দিয়া হ’ব নে চৰকাৰী বন্ধ? কি ক’লে মুখ্যমন্ত্ৰীয়ে?
বিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱাত প্ৰতিবাদত নামিল শিক্ষাৰ্থী
ছিংগাপুৰৰ সাগৰৰ পাৰত হঠাৎ নিঠৰ হʼল এটা মায়াময় সুৰ
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান