--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক; ৰক্তাক্ত পৰিস্থিতিৰ মাজতে আজি পশ্চিমবংগত পঞ্চায়ত নিৰ্বাচনৰ পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছে৷ ৬৯৬টা বুথত পুনৰ হৈছে ভোটগ্ৰহণ৷ 

মুৰ্চিবাদৰ ১৭৫টা, মালদাত ১১২টা বুথত পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছে৷ নিৰ্বাচনৰ দিনা ব্যাপক হিংসাত্মক ঘটনা সংঘটিত হৈছিল বুথকেইটাত৷ মুৰ্চিদাবাদ, মালদা আৰু কোচবিহাৰত হৈছিল সংঘৰ্ষ-উত্তেজনা৷ 

নিৰ্বাচনী হিংসাত মৃত্যু হৈছিল ৩৬ জনকৈ লোকৰ৷ ভোটগ্ৰহণৰ মাজতে কেন্দ্ৰীয় গৃহমন্ত্ৰীক সাক্ষাৎ কৰিব ৰাজ্যপালে৷ দিল্লীত উপস্থিত হৈছে ৰাজ্যপাল চি বি আনন্দ বসু৷ ৰাজ্যখনত সংঘটিত হিংসাৰ ৰিপ’ৰ্ট দিব গৃহমন্ত্ৰী অমিত শ্বাহক৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
জুবিন গাৰ্গৰ শেষকৃত্য ক’ত কৰা হ’ব? দিয়া হ’ব নে চৰকাৰী বন্ধ? কি ক’লে মুখ্যমন্ত্ৰীয়ে?
বিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱাত প্ৰতিবাদত নামিল শিক্ষাৰ্থী
ছিংগাপুৰৰ সাগৰৰ পাৰত হঠাৎ নিঠৰ হʼল এটা মায়াময় সুৰ
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান