--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ ফাৰুখাবাদৰ এটা মছজিদৰ ইমামৰ বিৰুদ্ধে গেৰুৱা ৰঙৰ কুৰ্তা পিন্ধা স্থানীয় এজনক নমাজ আগবঢ়োৱাত বাধা দিয়াৰ বাবে গোচৰ ৰুজু কৰা হয়। আৰক্ষীৰ মতে, ইমামজনে ৰাজহুৱা স্থানত লোকজনক অপমান কৰিছিল।

ফাৰুখাবাদৰ ছামছাবাদ অঞ্চলৰ বাসিন্দা আছিফ আলীয়ে ইমামজনৰ বিৰুদ্ধে এজাহাৰ পঞ্জীয়ন কৰে। আছিফ আলীয়ে কয় যে ইমামে তেওঁক কৈছিল যে গেৰুৱা ৰঙে হিন্দু ধৰ্মক বুজায় আৰু এইদৰে তেওঁ মছজিদলৈ সেই ৰঙৰ কাপোৰ পিন্ধিব নালাগে।

অভিযোগকাৰীয়ে কয় যে মছজিদৰ ইমামজনে তেওঁৰ কুৰ্তাৰ ৰং দেখি বিচলিত হৈছিল, যাৰ ওপৰত আছিফ আলীয়ে আপত্তি উত্থাপন কৰি কয় যে ইছলামে মানুহক সকলো ৰং পিন্ধিবলৈ অনুমতি দিয়ে।অভিযোগৰ পিছত ইমামজনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৫০৬ ধাৰাত গোচৰ ৰুজু কৰা হয়।এই  বিষয়টোৰ ওপৰত বৰ্তমান আৰক্ষীৰ তদন্ত চলি আছে।

















FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস