--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইউ পি এছ চি পৰীক্ষাৰ ফলাফলে বহু ছাত্ৰ-ছাত্ৰীৰ লগতে তেওঁলোকৰ পৰিয়ালত হাঁহি বিৰিঙাবলৈ কাম কৰিছে। এই ক্ষেত্ৰত বহু অসুবিধাৰ সন্মুখীন হৈয়ো নিজৰ গন্তব্য স্থানত উপনীত হৈছে। ইয়াৰে এজন হৈছে উত্তৰ প্ৰদেশৰ মইনপুৰী জিলাৰ কুৰাভলী চহৰৰ বাসিন্দা সুৰজ তিৱাৰী। সুৰজ এজন মধ্যবিত্ত পৰিয়ালৰ সন্তান। দেউতাকে দৰ্জীৰ কাম কৰে। সুৰজ প্ৰথম প্ৰয়াসতে UPSC পৰীক্ষাত উত্তীৰ্ণ হৈছে সুৰজে। তেওঁ ৯১৭ ৰেংক পাইছিল।

সুৰজ এজন বিশেষভাৱে সক্ষম যুৱক। কিন্তু সৰুৰে পৰা তেওঁ এনে নাছিল। ২০১৭ চনত তেওঁৰ লগত এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। সুৰজৰ ৰেল দুৰ্ঘটনা হৈছিল। য’ত তেওঁৰ দুয়োখন ভৰি আৰু এখন হাত আৰু আনখন হাতৰ দুটা আঙুলি হেৰুৱাই পেলালে। কিন্তু তেওঁৰ দুৰ্বল অৰ্থনৈতিক অৱস্থা আৰু তেওঁৰ অক্ষমতাক কেতিয়াও গন্তব্যস্থানৰ বাটত বাধা হ’বলৈ নিদিলে।

সুৰজ তিৱাৰীৰ এই সাফল্যৰ বাবেই গোটেই পৰিয়ালটোত সুখৰ পৰিবেশ বিৰাজ কৰিছে। চুবুৰীয়া, আত্মীয়-স্বজন আৰু বন্ধু-বান্ধৱীয়ে পৰিয়ালটোক অভিনন্দন জনাইছে। সুৰজৰ দেউতাকে কয়, "মই বিশ্বাস কৰিবই পৰা নাই যে পুত্ৰই এই সফলতা লাভ কৰিছে।"







FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰিজার্ভ বেংকে বান্ধি দিয়া ‘সহনশীলতাৰ সীমা’ অতিক্ৰম; খুচুৰা মুদ্রাস্ফীতি ৬.০৯%লৈ বৃদ্ধি
৪ দশকত ৭টা বৃহৎ পথ দুর্ঘটনা সংঘটিত হৈছে অসমত; জানো আহক সবিশেষ
মথুৰাত চলন্ত বাছত ভয়ংকৰ জুই! চালক জিতেন্দ্ৰৰ বুদ্ধিমত্তাত ৰক্ষা পৰিল ৪০ যাত্ৰীৰ প্ৰাণ
বিলাসীপাৰাত ধনৰ লোভত নাবালিকা কন্যাক বিয়া দিবলৈ চেষ্টা কৰাৰ অভিযোগ; নিজ পিতৃৰ বিৰুদ্ধে এজাহাৰ কন্যাৰ
কাজিৰঙাৰ ৰঙাজানত ভয়ংকৰ পথ দুৰ্ঘটনা; তীব্ৰবেগী ট্ৰেভেলাৰ আৰু ট্ৰেইলাৰৰ মুখামুখি সংঘৰ্ষত ২৩ জনৰ মৃত্যু
চিকিৎসকৰ চমৎকাৰ! জন্মৰ এমাহৰ পাছতে অস্ত্ৰোপচাৰৰ জৰিয়তে পিঠিৰ পৰা সংযুক্ত হৈ থকা যমজ ভাতৃক কৰিলে পৃথক
ফেন্সি বজাৰৰ উৰ্বশী বজাৰত এন্দুৰৰ উপদ্ৰৱ আৰু গুৱাহাটী মহানগৰীৰ নিগমৰ জৰিমনা
অসমৰ অৱক্ষয়িত বনভূমি পুনৰুদ্ধাৰত ১৩৪ সংখ্যক ইক’লজিকেল টাস্ক ফ’ৰ্চৰ প্ৰশংসা মুখ্যমন্ত্ৰীৰ
আমিনগাঁৱত প্ৰদূষণকাৰী উদ্যোগ স্থাপনৰ বাবে প্ৰদান কৰা অনুমতি পত্ৰ খাৰিজ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ
কাজিৰঙাত সংঘটিত মৰ্মান্তিক পথ দুৰ্ঘটনাত কুৰিজনৰো অধিক লোকৰ প্ৰাণহানি, শীৰ্ষ নেতাসকলৰ শোক প্ৰকাশ
কাজিৰঙাৰ দুৰ্ঘটনা সন্দৰ্ভত এআইইউডিএফৰ গভীৰ শোক প্ৰকাশ
মহানগৰীত আৰক্ষীৰ কঠোৰ পদক্ষেপ, জনসাধাৰণক আমনি কৰাৰ অভিযোগত আটক ২২ জন তৃতীয় লিংগৰ ব্যক্তি
গুৱাহাটীত আৰম্ভ হ’ল ৰাষ্ট্ৰীয় ফাৰ্মাচী সপ্তাহ ২০২৬
মহানগৰীত ভেণ্ডিং জ’ন স্থাপনৰ পৰিকল্পনাত হেঙাৰ, ফুটপাথত অব্যাহত দখলদাৰী