--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্কঃ ঘৰৰ প্ৰধান দুৱাৰখনৰ ওপৰত নিৰ্ভৰ কৰি ঘৰ এটাত বাস কৰা লোকসকলৰ সুখ-শান্তিৰ বিষয়টো ভালেখিনি নিৰ্ধাৰণ হয়। ঘৰৰ মুখ্য দুৱাৰখন সদায় সেয়ে সঠিক স্থানত সঠিকভাৱে স্থাপন কৰিব লাগে। কিয়নো এই মুখ্য দুৱাৰখনেৰেই সকলো শুভ প্ৰভাৱ ঘৰৰ ভিতৰত প্ৰৱেশ কৰে। 

ঘৰৰ মুখ্য দুৱাৰৰ সন্মুখত কোনো অৱৰোধ বা বাধা থাকিব নালাগে। ঘৰৰ মুখ্য দুৱাৰৰ সন্মুখত কোনো অৱৰোধ বা বাধা থাকিলে ঘৰৰ ভিতৰত লক্ষ্মী অর্থাৎ শুভ শক্তি প্রৱেশ কৰাত বাধাৰ সৃষ্টি হয়। সেয়ে ঘৰৰ মুখ্য দুৱাৰৰ সন্মুখ ভাগ সদায় খোলা অৱস্থাত থাকিব লাগে। মুখ্য দুৱাৰৰ সন্মুখত কোনোধৰণৰ বৃহৎ গছ অথবা খুঁটা আদি থাকিব নালাগে ।


ঘৰৰ মুখ্য দুৱাৰৰ সন্মুখত যদি বৃহৎ গছ বা খুটা থাকে তেন্তে সেয়া ফেংছুইৰ মতে অশুভ। খুঁটা অথবা বৃহৎ গছে ঘৰত শুভ শক্তিৰ প্ৰৱেশত বাধা দিয়াৰ ফলত ঘৰত অশান্তি হ'ব পাৰে।

ঘৰৰ মুখ্য দুৱাৰৰ ওচৰত কেতিয়াও কোনো বস্তু পৰি থাকিবলৈ অথবা কোনো বস্তু জমা কৰি ৰাখিব নালাগে। ঘৰৰ মুখ্য দুৱাৰৰ ওচৰ-পাজৰ সদায় পৰিষ্কাৰ কৰি ৰাখিব লাগে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ