--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গছ-গছনিয়ে পৰিৱেশ সদায় বিশুদ্ধ কৰি ৰাখে। গছে বায়ুমণ্ডলৰ পৰা কাৰ্বনডাই অক্সাইড গেছ গ্ৰহণ কৰি অক্সিজেন এৰি দিয়ে। এই অক্সিজেন হৈছে প্ৰাণীৰ জীয়াই থকাৰ প্ৰধান উপাদান।

 ফেংছুইৰ মতে ঘৰৰ দক্ষিণ-পূব অংশটো হ'ল ধন স্থান। এই ধন স্থানৰ প্ৰধান উপাদান হৈছে কাঠ। সেইবাবে ঘৰৰ দক্ষিণ-পূব অংশত কাঠ থাকিব লাগে । গছ-গছনি ৰোপণ কৰিলে ঘৰৰ দক্ষিণ-পূব অংশৰ প্ৰধান উপাদান কাঠ উপলব্ধ হয়। সেইবাবে ঘৰৰ দক্ষিণ-পূব অংশত গছ-গছনি ৰোপণ কৰিব লাগে।

 যদি ঘৰৰ দক্ষিণ-পূব অংশত গছ-গছনি ৰোপণ কৰাৰ কোনো সুবিধা নাথাকে তেন্তে সেই অংশত সেউজীয়া গছ-গছনিৰ ছবি দেৱালত আঁৰি থ'লেও একে ফলেই লাভ কৰা যায়।

 ঘৰৰ দক্ষিণ-পূব অংশত সেউজীয়া গছ-গছনি ৰোপণ কৰিলে গৃহস্থৰ ধন বৃদ্ধি পায়। শোৱনি কোঠাটো যদি দক্ষিণ-পূব অংশত স্থাপন কৰা হয় তেন্তে শোৱনি কোঠাৰ ভিতৰতো সেউজীয়া গছ-গছনিৰ ছবি ৰাখিব পৰা যায় ৷








FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ