--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ঘোৰ বিপদত পৰিছে দক্ষিণ তথা বলিউদৰ মোহময়ী অভিনেত্ৰী তামান্না ভাটিয়া।

তামান্নালৈ চাইবাৰ চেলে প্ৰেৰণ কৰিছে চমন।

জানিব পৰা অনুসৰি ফেয়াৰ প্লে নামৰ এপত অবৈধভাৱে আই পি এল সম্প্ৰচাৰৰ অভিযোগত অভিনেত্ৰীগৰাকীলৈ চাইবাৰ চেলে চমন জাৰি কৰে।

অহা ২৯ এপ্ৰিলত চাইবাৰ চেলত অভিনেত্ৰীগৰাকীক হাজিৰ হ'বলৈ চমনত উল্লেখ কৰে।

ইতিমধ্যে অভিনেত্ৰীগৰাকীক সোধা-পোচাৰ বাবে মহাৰাষ্ট্ৰ চাইবাৰ চেলৰ গোটে মাতি পঠিওৱা বুলি জানিব পৰা গৈছে।

যাৰ ফলত ভায়াকমৰ কোটি কোটি টকাৰ লোকচান হৈছিল।


অভিনেতা সঞ্জয় দত্তকো একেটা গোচৰতে চমন কৰা হৈছিল যদিও তেওঁ নিজৰ বক্তব্য ৰেকৰ্ড কৰিবলৈ উপস্থিত নহ’ল আৰু নতুন তাৰিখৰ দাবী জনায়।

২৩ এপ্ৰিলত মহাৰাষ্ট্ৰ চাইবাৰ চেলৰ সন্মুখত হাজিৰ হ’বলগীয়া আছিল সঞ্জয় দত্ত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ