--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পূজাৰ সময়ত চন্দন কাঠৰ প্ৰয়োজন হয়। যদিও এতিয়া বহুতে চন্দনৰ বিচাৰি ফুৰাৰ কষ্ট কমাবলৈ চন্দন কাঠৰ গুড়ি কিনে। চন্দন কাঠ শৰীৰৰ বাবে ভাল যদিও সেই গুড়ি বৰ উপযোগী নহয়।

চন্দনৰ ফুল বা পাতৰ বিশেষ কোনো সুগন্ধি নাথাকে। ইয়াৰ কাঠৰ গোন্ধৰ মাত্ৰা সৰ্বোচ্চ।  এই কাঠৰ বিভিন্ন ঔষধি গুণ আছে।  আৰু বনৌষধি গুণৰ বাবে চন্দনৰ পৰা পোৱা তেল মানুহৰ শৰীৰত বহু ধৰণে ব্যৱহাৰ কৰা হয়। যিয়ে শৰীৰৰ যিকোনো সমস্যা দূৰ কৰিব পাৰে। গতিকে জানো আহক চন্দন তেলে কি কি সমস্যা কম কৰিব পাৰে...

১. ঘৰত চন্দন তেল ব্যৱহাৰ কৰিলে ইয়াৰ সুগন্ধিৰে কোঠাটো ভৰি পৰে।  এই সুগন্ধিয়ে স্মৃতিশক্তি উন্নত কৰাত সহায় কৰে আৰু মানসিক চাপ কমায়।

২.  চন্দন কাঠৰ তেল বা ৰসে ৰক্তক্ষৰণ বন্ধ কৰিব পাৰে।  ইয়াৰ উপৰিও ই বিভিন্ন ধৰণৰ বেক্টেৰিয়াৰ সংক্ৰমণো হ্ৰাস কৰিব পাৰে।  

৩. শীতকালত বহু লোকে উশাহ লোৱাত কষ্ট পোৱা  দেখা যায়। এই সমস্যাৰ কাৰণ হৈছে প্ৰদূষণৰ মাত্ৰা বৃদ্ধি।  ঘৰত চন্দন তেল থাকিলে গাত কেইটোপালমান লগাব পাৰে। ইয়াৰ ফলত উশাহ-নিশাহৰ সমস্যা হ্ৰাস পাব।

৪. বহুতে দাবী কৰে যে যদি নিয়মিতভাৱে চন্দনৰ গোন্ধ নাকলৈ আহে তেন্তে প্ৰস্ৰাৱৰ বিভিন্ন প্ৰকাৰৰ সমস্যাও কমি যায়।  শৰীৰৰ পৰা প্ৰদূষক পদাৰ্থও সহজে আঁতৰি যায়।  অৱশ্যে এতিয়ালৈকে ইয়াৰ কোনো সুনিৰ্দিষ্ট প্ৰমাণ পোৱা নাই।  তথাপিও কিন্তু বহুতে এই মতামত বিশ্বাস কৰে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক